• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেঙেৰীত বহুমুখী দক্ষতা বিকাশ কেন্দ্ৰৰ ফ্লেগশ্বিপ  প্ৰকল্প মুকলি

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 24, 2018 1:44 pm
IMG-20181024-WA0018
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিচুকীয়াৰ পেঙেৰীত বহুমুখী দক্ষতা বিকাশ কেন্দ্ৰৰ এটা ফ্লেগশ্বিপ প্ৰকল্প এটা আৰম্ভ কৰা হৈছে। উক্ত প্ৰকল্পটোৱে স্থানীয় বাসিন্দাসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰাত সফল হৈছে।

ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আৰম্ভ কৰা  এই প্ৰকল্পটো ২৪ অক্টোবৰ বুধবাৰে উন্মোচন কৰা হৈছে।

Apply Now

প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ সৈতে সংগতি ৰাখি এই প্ৰকল্পটো আৰম্ভ কৰা হৈছে।  এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে পেঙেৰীৰ স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতাৰ বিকাশ ঘটাই তেওঁলোকক জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰা। প্ৰকল্পটোত ইণ্ডিয়ানিয়াৰ্ছ মেডিয়া প্ৰাইভেট লি: (Indianeers Media Pvt Ltd) নামৰ অনুষ্ঠানটো প্ৰশিক্ষণ সহযোগী হিচাপে আছে।

পেঙেৰী কেন্দ্ৰটো ভাৰতীয় সেনা বাহিনীৰ ডাও ডিভিজনে পৃষ্ঠপোষকতা কৰিছে আৰু ই সেনা বাহিনীৰ প্ৰত্যক্ষ নীতি নিৰ্দেশনাত চলিব। বিগত কেইমাহ মান ধৰি সেনা বাহিনীয়ে প্ৰশিক্ষকৰ নিৰ্বাচন, শিক্ষাৰ্থীসকলক প্ৰকল্পটোত পঞ্জীয়নভুক্ত হ’বলৈ উদগনি দিয়া আৰু লাগতীয়াল আন্তঃগাঁথনি আৰু সা-সৰঞ্জাম সংগ্ৰহৰ ক্ষেত্ৰত ব্যস্ত আছিল।

ভাৰতীয় সেনাই আইএমপিএল আৰু আন্তঃগাঁথনি সহযোগীসকলৰ সৈতে নিৰবিচ্চিন্নভাৱে সম্পৰ্ক ৰক্ষা কৰি এই প্ৰকল্পটো বাস্তৱায়িত কৰিছে।

এই কেন্দ্ৰটোত যুৱক-যুৱতীসকলক চিলাই আৰু কম্পিউটাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছত প্ৰাৰ্থীসকলক দক্ষতাৰ ৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ (National Certification for Skills) প্ৰদান কৰা হ’ব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে ভাৰতৰ য’তে-ত’তে ভাল কৰ্ম সংস্থান লাভ কৰিবলৈ সক্ষম হ’ব।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই প্ৰকল্পটোৰ জড়িতে এগৰাকী ব্যক্তিয়ে এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ্যতা লাভ কৰিব আৰু ইয়ে তেওঁলোকে নিজকে আৰু আলদৰে গঢ়ি তুলিব পাৰিব।

এই পৰ্যন্ত পেঙেৰী আৰু ইয়াৰ দাঁতি-কাষৰীয়া গাঁৱসমূহৰ পৰা প্ৰায় ১৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰকল্পটোত নামভৰ্তি কৰিছে। ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰথম চামটোৱে এটা তিনিমহীয়া চিলাই আৰু কম্পিউটাৰ প্ৰশিক্ষণ লাভ কৰিব।   এই প্ৰকল্পটোৱে এই এলেকাটোত দক্ষতা বিকাশৰ ক্ষেত্ৰত এটা সমৰ্থন ব্যৱস্থা সৃষ্টি কৰি ভাৰতক বিশ্বৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোনত এটা অৱদান আগবঢ়াব।

ভাৰতীয় সেনা বাহিনীয়ে মাৰ্ঘেৰিটা, জাগুন, কাকপথাৰ, ডিগবৈ আৰু ফিল’পাৰীত এনেধৰণৰ দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এই কেন্দ্ৰসমূহত ৰচদ ব্যৱস্থাপনা (logistics management), চিলাই, এমব্ৰইডাৰী, বোৱা-কটা আৰু কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। দক্ষতা বিকাশ অভিযানটো বাস্তৱায়িত কৰাৰ বাবে স্থানীয় বাসিন্দাসকলে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd