• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ নুমলীগড় কনিষ্ঠ মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ  

উত্তম শইকীয়া by উত্তম শইকীয়া
September 1, 2018 12:01 pm
IMG-20180831-WA0036
100
VIEWS
Share on FacebookShare on Twitter

ৰজাবাৰী, বোকাখাতত অৱস্থিত নুমলীগড় কনিষ্ঠ মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ ১ম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ব্যৱস্থা কৰা হয় । এই পাঠ্যপুথি বিতৰণী সভাখন যোৱা ৩০ আগষ্টত অনুষ্ঠিত হৈ যায়।

নুমলীগড় কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যাদৱ হাজৰিকাৰ সভাপতিত্বত পৰিচালনা সমিতিৰ সম্পাদক অমৰ শৰ্মাই আঁত ধৰা পাঠ্যপুথি বিতৰণ অনুষ্ঠানত পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য বিজয় সন্দিকৈ, প্ৰীতি ৰঞ্জন বৰুৱা, ধনীৰাম কুৰ্মী , মহাবিদ্যালয়খনৰ  ভূমিদাতা কনপাই দাস, ভাৰপ্ৰাপ্ত অধ্যক্ষা মনালিছা শইকীয়া উপৰিও শিক্ষক নিভা শইকীয়া, মমী সেন , স্বপ্না হাজৰিকা, বন্দিতা হাজৰিকা , কুন্তলা হাজৰিকা আৰু অজন্তা তালুকদাৰ উপস্থিত থাকে।

অধিকাংশ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত মহাবিদ্যালয়খনৰ  চলিত শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীৰ প্ৰায় ৪০ গৰাকীৰ মাজত  ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া চৰকাৰী পাঠ্যপুথি বিতৰণ কৰা হয়৷

উল্লেখযোগ্য যে কনিষ্ঠ মহাবিদ্যালয়খনে গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক অগ্ৰাধিকাৰ দি ভৰ্তি মাছুলৰ অবিহনে শিক্ষা গ্ৰহণৰ সুবিধাও প্ৰদান কৰি আহিছে৷

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd