• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত সক্ৰিয় দুৰ্ধৰ্ষ ডকাইতৰ দলক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ; আৰক্ষীলৈ চুৰি নিক্ষেপ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 2, 2018 4:04 pm
Beltola Docait

বশিষ্টত গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ ডকাইতৰ দলটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ বশিষ্ট অঞ্চলৰ লগতে ৰাতি যান-বাহনত ডকাইতি কৰি দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ ডকাইতৰ এটা দলক আজি কৰায়ত্ত কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী।

পুৱতি নিশা মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতীৰ নেতৃত্বত চলা অভিযানত বশিষ্ঠৰ চাৰিআলিৰ সমীপৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৭ জনীয়া ডকাইতৰ দলটোক।

Apply Now

ধৃত লোক কেইজন ক্ৰমে অভিষেক দে, বলোৰাম ব্ৰহ্ম, সঞ্জয় সিং, জোন আলী, অজিত ৰাভা, নানতা ধৰ আৰু ৰাহল চৌধুৰী। বৰ্তমান বশিষ্ট থানাত ধৃত ডকাইতকেইজনক জেৰা চলাই থকা হৈছে।

লোককেইজনৰ পৰা আৰক্ষীয়ে নগদ ধন, সোণৰ অলংকাৰ, ১১৫টা ম’বাইল ফ’ন, তিনিখন স্কুটি, টিভি আৰু ডকাইতিত ব্যৱহৃত ভালেমান অস্ত্ৰ জব্দ কৰে।

ইপিনে, এই অভিযানত আহত হয় বৰুণ টায়ে নামৰ আৰক্ষীৰ জোৱানজন। আৰক্ষীৰ জোৱানজনক এজন ডকাইতে চুৰিৰে হাতত আঘাত কৰে।

উল্লেখ্য যে, বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি দলটোৱে বশিষ্ঠ চাৰিআলিৰ সমীপৰ এটা স্থানত গোট খোৱাৰ সময়তে বশিষ্ঠ আৰক্ষীয়ে এই অভিযানটো চলায়।

এই অভিযান সন্দৰ্ভত আৰক্ষীৰ সহকাৰী আয়ুক্ত নন্দিনী কাকতীয়ে কয়, “এই দলটোৱে বহু দিনৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাৰ্য চলাই থকাৰ খবৰ পাই আছিলো। তেওঁলোকে নিশা ট্ৰাক বা আন আন বাহন ৰখাই চুৰি, ডেগাৰ আদি দেখুৱাই টকাৰ লগতে আন সা-সামগ্ৰী কাঢ়ি লৈ যায়। ৰাতি অকলশৰীয়াকৈ মানুহ পালে বা ট্ৰাকৰ কৰ্মচাৰীসকল ৰাতি হোটেলত ভাত খাবলৈ সোমালে তেওঁলোকে আহি ডকাইতি কৰে। ইয়াৰ উপৰি এই অঞ্চলৰ মানুহৰ ঘৰতো ডকাইতি সংঘটিত কৰাৰ আমি খবৰ পাই আছিলো।”

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ামতে দলটো প্ৰায়ে বশিষ্ঠৰ এক নিৰ্দিষ্ট অঞ্চলত নিশা গোট খায়। ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ কিছুদিন ধৰি তেওঁ পৰিকল্পনা কৰি আছিল বুলিও জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd