• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 16, 2022 4:21 pm
Guwahati
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশা উত্তৰ গুৱাহাটীৰ ভেটামুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। অঞ্চলটোৰ এটা ঘৰৰ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকীক হাচিনা বেগম ওৰফে আচমিনা খাতুন বুলি চিনাক্ত কৰা হৈছে।

উত্তৰ গুৱাহাটীৰ ভেটামুখৰ আনিচা ফাৰুকী নামৰ মহিলাগৰাকীৰ ভাৰাঘৰত বাস কৰিছিল হাচিনা বেগম নামৰ এই ১৮ বছৰীয়া যুৱতীগৰাকীয়ে।

Apply Now

আজি মৃতদেহ উদ্ধাৰৰ সময়ৰ দৃশ্য প্ৰকাশ পোৱাৰ পিছত যুৱতীগৰাকীক বিচনাৰ খুৰাৰে হেঁচি দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে বুলি নিশ্চিত হোৱা গৈছে। আনহাতে হত্যাৰ পাছত হত্যাকাৰীয়ে খিৰিকিৰে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

মৃত হাচিনাই উত্তৰ গুৱাহাটীত এটা মিঠাই কোম্পানীত চাকৰি কৰি আছিল। হাচিনাৰ ঘৰ নগাঁৱৰ জুৰীয়াৰ সোণাইপাৰা গাঁৱত বুলি জানিব পৰা গৈছে।

ইফালে এই হত্যাকাণ্ডৰ সৈতে সাঙোৰ খাইছে দুজনকৈ যুৱকৰ নাম। যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি উত্তৰপ্ৰদেশৰ কানপুৰৰ আনন্দ ওৰফে পিকে নামৰ যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰিছে।

অভিযোগ অনুসৰি উত্তৰ প্ৰদেশৰ আনন্দই যুৱতীগৰাকীৰ সৈতে ৰাখিছিল একপক্ষীয় প্ৰেমৰ সম্পৰ্ক। আনন্দে যুৱতীগৰাকীক কামৰ প্ৰলোভনেৰে কেইবাবাৰো বহিঃ ৰাজ্যলৈ লৈ গৈছিল বুলি জানিব পৰা গৈছে।

যুৱতীগৰাকীক তেওঁ বিয়াৰ বাবে জোৰ কৰাৰো অভিযোগ উঠিছে। কিছুদিনৰ আগলৈ পুনেত কৰ্মৰত যুৱতীগৰাকীয়ে তাৰ পৰা অসমলৈ পলায়ন কৰিছিল বুলিও জানিব পৰা গৈছে। পুনেৰ পৰা আহি তেওঁ উত্তৰ গুৱাহাটীত কাম কৰিবলৈ লৈছিল।

আনপিনে, বৰপেটাৰ চফিকুল নামৰ এজন যুৱকৰ সৈতে আচমিনাৰ প্ৰেমৰ সম্পৰ্ক আছিল। চফিকুলে যুৱতীগৰাকীক এটা মোবাইল ফোনও উপহাৰ দিছিল বুলি জানিব পৰা গৈছে।

ইফালে হত্যাকাণ্ডৰ পাছতেই আৰক্ষী তথা দণ্ডাধীশ উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত ঘটনাস্থলীত তদন্ত কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনো যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

কিন্তু কিহৰ বাবে এই হত্যাকাণ্ড, পৰকীয়া প্ৰেম নে আন কিবা, সেয়া তদন্তত হে প্ৰকাশ পাব।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd