• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসাললয়ৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 21, 2020 7:50 am

1 min read

index
7.3k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ কোভিড টেষ্ট লেবৰটেৰীৰ এগৰাকীৰ টেকনিছিয়ানৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে MMCHৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে।

তেওঁ প্ৰকাশ কৰা অনুসৰি কিছুদিন ধৰি জ্বৰত ভুগি আছিল চিকিৎসাকৰ্মী গৰাকী।

জ্বৰত ভুগি থকাৰ বাবে তেওঁ যোৱা ৪-৫ দিন ধৰি কোনো লোকৰ স্বাৱ টেষ্টৰ পৰা বিৰত আছিল।

অৱশ্যে তেওঁৰ স্বাস্থ্য নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে যদিও সহকৰ্মী সকলোৰে নিগেটিভ অহা বুলি সংবাদ মাধ্যমক অধীক্ষক ৰাজবংশীয়ে।

পজিটিভ অহাৰ লগে লগে তেওঁক কোভিড কক্ষত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে।

অৱশ্যে বৰ্তমানলৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগে টেকনিছিয়ানজনৰ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই।

এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে টেকনিছিয়ানজনৰ নাম তিলক ডেকা(নুনমাটি)।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে ৰাজ্যত ১৮৮ গৰাকীৰ দেহত কোভিড-১৯ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

তাৰে ১৩৩ গৰাকী চিকিৎসাধীন, ৪৮ গৰাকী চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰাৰ লগতে ৪ গৰাকী  আক্ৰান্তৰ মৃত্যু হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd