• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়াও নাই তেওঁৰ নিজৰ মোবাইল; জনতাই শক্তি কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2023 2:38 pm
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া{ ফটো: সংগ্ৰহীত।

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া{ ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ আগন্তুক মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ সৈতে যোগাযোগ কৰিবলৈ হ’লে তেওঁৰ ব্যক্তিগত সহায়কৰ (পিএ) সৈতে যোগাযোগ কৰিব লাগিব। আনকি গণ্যমান্যসকলেও। কাৰণ তেওঁ মোবাইল ফোন ব্যৱহাৰ নকৰে!

গতিকে তেওঁৰ ওচৰলৈ যোৱাৰ একমাত্ৰ উপায় সেইটোৱেই। এই ৭৬ বছৰীয়া নেতাজনক দুখীয়া মানুহৰ ‘ত্ৰাণকৰ্তা’ বুলি জনা যায়। গতিকে যোৱা বছৰৰ আগষ্ট মাহত যেতিয়া তেওঁ ৭৫ সংখ্যক জন্মদিন পালন কৰিছিল, তেতিয়া ইয়াৰ নাম দিয়া হৈছিল ‘সিদ্দামহোৎসৱ!’।

লগতে পঢ়ক: আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

Apply Now

তাত ৬ লাখ মানুহ সমবেত হৈছিল, য’ত তেওঁৰ ‘শক্তি’ পৰীক্ষা হৈছিল। আনকি ৰাহুল গান্ধীও ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হৈ আছিল, কাৰণ তেওঁৰ ঘৰত মানুহৰ ইমানেই ভিৰ হৈছিল। সমালোচকসকলেও তেওঁক ‘সিডামুল্লাহ’ বুলি কয়। কিন্তু এইজন ‘অহিন্দা’ নেতা (কৰ্ণাটকৰ ৰাজনীতিত ব্যৱহৃত বিশেষ শব্দ) সেই কথাত অসন্তুষ্ট বা অসুখী নহয়। কাৰণ তেওঁ জানে, এই মানুহবোৰেই তেওঁৰ আটাইতকৈ ডাঙৰ ভৰসা।

সিদ্দাৰামাইয়া সদায় স্পষ্টবাদী ৰাজনীতিবিদ। আৰু তেওঁ সদায় জানে যে মানুহ তেওঁৰ পক্ষত আছে। গতিকে যেতিয়া তেওঁ দলৰ হাইকমাণ্ডক ‘মুখ্যমন্ত্ৰী’ হ’ব বুলি ঘোষণা কৰিছিল তেতিয়াও সিদ্দাই জানিছিল যে জয় তেওঁৰেই হ’ব। আৰু ঠিক এইটোৱেই হ’ল।

১৯৪৭ চনত মাইশূৰু জিলাৰ সিদ্দাৰমনাহুণ্ডী গাঁৱৰ এটা দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সিদ্দাৰমাইয়াই। তেওঁলোক ইমানেই দুখীয়া আছিল যে তেওঁ ১০ বছৰ বয়সলৈকে স্কুললৈ যোৱা নাছিল। কিন্তু পিছলৈ তেওঁ পঢ়া-শুনা আৰম্ভ কৰি মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু আইনত উত্তীৰ্ণ হয়। প্ৰাথমিক জীৱনত তেওঁ আছিল এজন উকীল। ৰাজনীতিত ভৰি দিয়াৰ আগতে তেওঁ মাইশূৰু অঞ্চলৰ কৃষকৰ কণ্ঠস্বৰ হৈ পৰিছিল। ‘কৃষক অধিবক্তা’ নামেৰেও পৰিচিত হৈ পৰিছিল।

লগতে পঢ়ক: ভাৰতীয় মূলৰ ব্ৰিটেইনৰ শীৰ্ষ ধনী পৰিয়ালৰ মুৰব্বী এছ পি হিন্দুজাৰ দেহাৱসান

২০১৩ চনত কংগ্ৰেছে ২২৪খন বিধানসভাৰ আসনৰ ভিতৰত ১২২খন আসন লাভ কৰিছিল। ‘সিদ্দা’ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়। এইবাৰ তেওঁৰ সন্মুখত ইতিহাস ৰচনা কৰাৰ সুযোগ? যদি এইবাৰ ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পাৰে, তেন্তে তেওঁ ইতিহাস ৰচনা কৰিব। কাৰণ কৰ্ণাটকৰ কোনো নেতাই এই পৰ্যন্ত শীৰ্ষ পদত দুটা কাৰ্যকাল সম্পূৰ্ণ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd