• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰডুমচাৰ কৈলাশপুৰত যৌতুকৰ দাবীত স্বামীয়ে জ্বলালে নিজৰ ঘৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , October 30, 2019 7:06 am

1 min read

IMG-20191029-WA0035

ফটো : নৰ্থ-ইষ্ট নাও

815
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰত যৌতুকৰ দাবীত পত্নীক অত্যাচাৰ চলোৱা ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে সাত মাহৰ পূৰ্বে কৈলাশপুৰ গাৱঁ‌ৰ ৰাতুল চাংমাই নামৰ লোকজনৰ সৈতে ওচৰৰে সোণজান গাঁৱৰ দিপিমা চাংমাই নামৰ মহিলাগৰাকী বিবাহপাশত আবদ্ধ হৈছিল। তাৰ পাছৰে পৰা যৌতুকৰ নামত এখন মটৰচাইকেল আৰু ১০ হাজাৰ টকা ৰাতুল চাংমাইয়ে দাবী কৰি বিভিন্ন ধৰণে নির্যাতন চলাই আহিছিল নিজ পত্নীক।

পত্নীয়ে টকাসহ মটৰচাইকেল আনিবলৈ সক্ষম নোহোৱাত সোমবাৰে নিশা প্ৰায় দহমান বজাত পত্নীক শাৰীৰিক নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি পঠোৱাৰ পিছতে স্বামীয়ে মদৰ নিচাত নিজৰ বাসগৃহত অগ্নিসংযোগ কৰি দিয়ে। ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে ঘৰটো।

স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও সক্ষম নহল। উল্লেখ্য যে অগ্নিসংযোগ কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে অভিযুক্ত ৰাতুল চাংমা।

পত্নীয়ে যৌতুকৰ নামত টকা আৰু  মটৰচাইকেল আনি নিদিয়াৰ বাবেই এইদৰে নিজৰ ঘৰটো জ্বলাই দিয়াৰ বাতৰি বিয়পি পৰাৰ লগে লগে কৈলাশপুৰ  অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd