• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাইবাঙত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল চাৰিখন দোকান

NE NOW NEWS পংকজকুমাৰ দেব
হাফলং , October 4, 2019 4:31 pm

1 min read

মাইবাঙত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল চাৰিখন দোকান
4k
VIEWS
Share on FacebookShare on Twitter

শাৰদীয় উৎসৱৰ প্ৰাক নিশা এক বিধ্বংসী অগ্নিকাণ্ডত ডিমা হাচাও জিলাৰ মহকুমা সদৰ মাইবাঙত চাৰিখনকৈ দোকান জাহ গ’ল। ক্ষয়ক্ষতিৰ পৰিমাণ কেইবা লক্ষাধিক হ’ব।

অৱশ্যে অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। মাইবাং চহৰৰ ডামাডি হাওয়াৰ এলেকাৰ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাঙল’ৰ নিলগত এই অগ্নিকাণ্ড সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীয়ে দিয়া তথ্য অনুসৰি নিশা প্ৰায় এক মান বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইত জাহ যোৱা চাৰিখন দোকানৰ ভিতৰত আছিল দুলাল মজুমদাৰৰ গ্লচাৰি দোকান, বচিৰ আহমেদৰ টায়াৰৰ দোকান, পান্না দাসৰ বাইক-অট’ৰিক্সাৰ ৱাৰ্কশ্বপ আৰু সুপ্ৰিয়া সৰকাৰৰ চাহৰ দোকান।

ইতিমধ্যে মাইবাঙ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ডৰ ঘটনাৰ প্ৰাথমিক তদন্ত কৰিছে। আন এক সূত্ৰৰ পৰা জানিব পৰা মতে অগ্নিকাণ্ডত জাহ যোৱা এখন দোকানত একাধিক অবৈধ চিলিণ্ডাৰ মজুত আছিল আৰু এই অবৈধ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলতে জুইয়ে অতি কম সময়ৰ ভিতৰতে গ্ৰাস কৰি পেলায়।

Recent News

a utta

বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ আকস্মিক পদত্যাগ

Bird-750x375

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd