• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ সন্দৰ্ভত সভা: শ্ৰেষ্ঠ আলোকসজ্জাৰ বাবে ১০ হাজাৰ পুৰস্কাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 17, 2019 7:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কত বিতংভাৱে আলোচনা কৰাৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ মাজত জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাক্ষত আজি এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে আগন্তুক স্বাধীনতা দিৱস সুচাৰু ৰূপে উদযাপন কৰাৰ বাবে সকলো চৰকাৰী বিভাগ, বিভিন্ন সামাজিক সন্থা, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিভিন্ন বিভাগৰ দায়িত্ব সম্পৰ্কত বিষদ আলোচনা কৰে।

Apply Now

১৫ আগষ্টৰ দিনা পুৱা ৫ বজাৰ পৰা ৬ বজালৈ প্ৰভাত ফেৰী, ৬ বজাৰ পৰা ৭ বজালৈ দেশপ্ৰেমমূলক গীত প্ৰচাৰ, পুৱা ৭ বজাত নিজ নিজ গৃহত পতকা উত্তোলন, পুৱা ৭.৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী,  বেচৰকাৰী অৰ্ধচৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰা হ’ব। পুৱা ৯ বজাত চহৰৰ ব’ৰ্ডিং খেলপথাৰত আনুষ্ঠানিকভাৱে বিশিষ্ট অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰা হ’ব। ইয়াৰ পিছতেই আৰক্ষী , স্কাউট আৰু গাইড, এন চি চি,  গৃহৰক্ষী বাহিনী, অৰ্দ্ধ সামৰিক বাহিনীৰ দ্বাৰা কুচ কৱাজ প্ৰদৰ্শন কৰাৰ লগতে অভিবাদন গ্ৰহণ আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হব।

ইয়াৰ পিছতেই ১০ বজাৰ পৰা ১২ বজালৈ জিলা কাৰাগাৰৰ কয়দী,  শিলসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰোগী, ন পুখুৰীত অৱস্থিত প্ৰতিবন্ধীসকলৰ কেন্দ্ৰ আৰু কৈমুদালয়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা ফলমূল, কিতাপ-পত্ৰ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কুইজ আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

বিয়লি ৩ বজাত শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ’ব। বিয়লি ৪.৫৫ বজাত যথাৰীতি অনুসৰি জাতীয় পতকা অৱনমন কৰা হ’ব।

আনহাতে স্বাধীনতা দিৱসত নগৰখন আলোকসজ্জাৰে জিলিকাই তুলিবলৈ জিলা প্ৰশাসনে সকলো চৰকাৰী কাৰ্যলয়ক দুদিনৰ পূৰ্বৰ পৰা বন্তি প্ৰজ্বলন আৰু আলোক সজ্জাৰে সজাই তুলিবলৈ আহ্বান জনোৱাৰ লগতে শ্ৰেষ্ঠা আলেকসজ্জাৰ বাবে দহ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

সভাত জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে অৰক্ষী বিভাগে গ্ৰহণ কৰিবলগীয়া নিৰাপত্তা আৰু আইন সম্পৰ্কীয় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd