DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত পাবজি খেলিবলৈ কিশোৰে সমনীয়াৰে মিলি মাতৃৰ একাউন্টৰ পৰা চুৰ কৰিলে ১৯ লাখ টকা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 20, 2021 11:17 am
minor boy theft 19 lakhs

ফটো: নৰ্থইষ্ট নাও।

1.8k
VIEWS
Share on FacebookShare on Twitter

Theft 19 lakhs, আপোনাৰ সন্তানে বাৰু জনপ্ৰিয়  অনলাইন গেম পাবজি খেলে নেকি?

যদি খেলে তেন্তে সাৱধান।  আপোনাৰ একাউন্টৰ পৰাও অন্তৰ্ধান হব পাৰে সাঁচতীয়া ধন।

শিৱসাগৰত সংঘটিত হৈছে এনে এক ভয়ংকৰ কাণ্ড।

পাবজি গেম খেলিবলৈ নিজ মাতৃৰ একাউন্টৰ পৰা চুৰ কৰিলে ১৯ লাখ টকা।

এজন নাবালক আৰু তিনি কিশোৰে সংঘটিত কৰিছে এই ঘটনা।

মাতৃৰ একাউন্টৰ পৰা আন তিনি কিশোৰেৰে মিলি ইন্টাৰনেট বেংকিঙৰ জড়িয়তে প্ৰায় ১৯ লাখ টকা চুৰি কৰি নিয়ে।

শিৱসাগৰ চহৰৰ জিতু দত্ত নামৰ এজন ব্যক্তিৰ পত্নী ৰুমী চুতীয়া দত্তৰ ICICI বেংকৰ 062101503805 নম্বৰ একাউন্টৰ পৰা সৰকাই নিছিল এই ধনৰাশি।

Also read : দুৰ্দান্ত বেটিং ঋতুৰাজৰ; IPLৰ ‘দ্বিতীয় পৰ্ব’ত ৰোহিত বিহীন মুম্বাইক ২০ৰাণত হৰুৱালে ধোনীৰ চেন্নাইয়ে

ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী জিতু দত্তই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

শিৱসাগৰ আৰক্ষীয়ে ৰুজু কৰা ১১১৪/২১ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ IPC 420/406 ধাৰাৰ অধীনত চাৰিজনক আটক কৰিছে।

ইয়াৰে এজন যুৱকৰ নাম নিপুৰাজ গগৈ(২০) বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ শিৱসাগৰৰ মেটেকাঘাট ৰংচলীয়া গাঁৱত।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd