DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰৰ পৰাই কৰিব পাৰিব বজাৰ! : মন্দিয়াৰ যুৱকে উদ্ভাৱন কৰিছে এক মোবাইল এপ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 23, 2020 6:59 am
index.jpgk

প্ৰতিকী ছবি

18.8k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান টেকন’লজিৰ যুগ৷

আমি সকলোৱে কম বেছি পৰিমাণে আৱদ্ধ টেকন’লজিৰ মাজত।

টেকনলজিৰ যুগত এতিয়া বহু কাম ঘৰত বহিয়েই কৰিব পৰা সক্ষম হৈছে৷

ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলাৰ মন্দিয়া এগৰাকী যুৱকে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ৷

মন্দিয়াৰ ৰুহুল আমিন নামৰ যুৱক গৰাকী নিজেই তৈয়াৰ কৰিছে এটি মোবাইল এপ্লিকেচন(এপ)৷

মন্দিয়া কপোহা নিবাসী ৰুহুল আমিনে তৈয়াৰ কৰা এই এপটোৰ জৰিয়তে ঘৰতে বহি বজাৰ কৰিব পৰা যাব৷

“ইজি ডীল” নামৰ এই মোবাইল এপটো মোবাইলৰ প্লেষ্টৰৰ পৰা ডাউনলোড কৰি এই এপ্লিকেচনৰ জৰিয়তে ৰাইজে নিজৰ মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি জানিবলৈ দিয়ে যুৱকজনে।

ক’ৰ’না মহামাৰী সংক্ৰমণ ৰোধৰ বাবে বলবৎ কৰা লকডাউনৰ ফলত একপ্ৰকাৰ গৃহবন্দী হোৱা লোকসকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে ৰুহুল আমিনে তৈয়াৰ কৰা “ইজি ডীল” নামৰ মোবাইল এপ্লিকেচনটোৱে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd