• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰঙৰ দুনীত বিদেশী সুৰাৰ অবৈধ ব্যৱসায়ী চক্ৰ উৎখাত : ৩জন গ্ৰেপ্তাৰ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
September 11, 2018 6:06 pm
Accused-persons-along-with-seized-IMFL-1-570x320
271
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে দৰঙৰ পাণ দোকান, ষ্টেশ্যনেৰী দোকান, গেলালামৰ দোকান—সৰ্বত্ৰ দেশীয়ভীৱে প্ৰস্তুত বিদেশী সুৰাৰ অবৈধ ব্যৱসায় বৃদ্ধি হোৱাতো পৰিলক্ষিত হৈছে। দলঙত শেহতীয়াভাৱে অবৈধ সুৰাৰ অবৈধ চক্রটোৰ কাৰ্যকলাপ বাঢ়ি অহাটো পৰিলক্ষিত হৈছে।

শেহতীয়াভাৱে দৰঙৰ দুনীত মঙলদৈ আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই ভাৰতত প্ৰস্তুত দেশীয় সুৰা লৈ যোৱা অৱস্থাত ৩জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অবৈধ সুৰাৰে সৈতে ধৰা পৰা লোককেইজন হৈছে উত্তৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বছাগাঁৱৰ ৰাণা দাস (৩৫), বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত দুনীৰ এজন পাণ দোকানী যোগেন বৰুৱা (৪৫) আৰু মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত গেৰিমৰীৰ মইনুল ইছলাম (৩০)।

দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে জনাইছে যে বুঢ়া আৰক্ষী চকীৰ উপ পৰিদৰ্শক বিমল চন্দ্ৰ ৰয়ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অবৈধ সুৰাখিনিৰে সৈতে অবৈধ সুৰা ব্যৱসায় চক্ৰটোৰ সৈতে জড়িত লোক ৩জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযান কালত আৰক্ষীৰ দলটোৱে ১৫০ বটল সুৰাও জব্দ কৰিবলৈ সক্ষম হয়। বটলকেইটাত ৩৭৫ মি:লি: আৰু ১৮০মি:লি: সুৰা আছিল।

উল্লেখ্য যে সুৰাখিনি পৰিবহণ কৰা AS 13 E 8940 নম্বৰৰ মাৰুতী এল্টোখনো অভিযানকাৰী আৰক্ষীয়ে জব্দ কৰিছে।

পৰৱৰ্তী সময়ত অভিযুক্ত লোকসহ জব্দ কৰা সামগ্ৰীসমূহ আৱকাৰী বিভাগৰ ওচৰত হস্তান্তৰিত কৰা হয়।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd