DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ৩ দিনীয়া সমূহীয়া কৰ্কট পৰীক্ষা আৰু সজাগতা শিবিৰ সম্পন্ন

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
September 7, 2018 5:13 pm
Cancer-screening-570x320
131
VIEWS
Share on FacebookShare on Twitter

আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় জিলা চিকিৎসা সেৱা, প্ৰতিশ্ৰুতি ডিব্ৰুগড় আৰু ডিব্ৰুগড় আছুৰ যুটীয়া উদ্যোগত ডিব্ৰুগড়ত এটা কৰ্কট পৰীক্ষা শিবিৰ সম্পন্ন হৈ যায়।

এই শিবিৰটো ছেপ্টেম্বৰৰ ৫ৰ পৰা ৭ তাৰিখলৈ চলিছিল। এই শিবিৰত মুখগহ্বৰ, স্তন আৰু নিম্ন গৰ্ভাশয়ৰ কৰ্কট (cervical cancer) পৰীক্ষা কৰা হৈছিল। মুঠ ৪৩৩টা পৰীক্ষাৰ ভিতৰত ৪৭টা নমুনাত সন্দেহজনক সংক্ৰমিত কোষ ধৰা পৰে আৰু সেই সমূহৰ বিতং পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সংক্ৰমণৰ সন্দেহত থকা ব্যক্তিসকলৰ পৰৱৰ্তী পৰীক্ষা আৰু চিকিৎসা প্ৰস্তুতি ডিব্ৰুগড় আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে সম্পন্ন কৰিব।

ৰোগ নিৰাময়তকৈ আগতীয়াকৈ ধৰা পেলোৱা আৰু কৰ্কটৰ বিষয়ত সজাগতা বৃদ্ধিয়ে ৰোগীৰ জীয়াই থকাৰ সুযোগ বৃদ্ধি কৰে। সেয়েহে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে সম মানসিকতাসম্পন্ন সংস্থাৰ সৈতে লগ লাগি সজাগতা বৃদ্ধি কৰা আৰু আগতীয়াকৈ ৰোগটো ধৰা পেলোৱাৰ বাবে নিয়মীয়াকৈ সমুহীয়া পৰীক্ষাৰ ব্যৱস্থা কৰিব।

এই শিবিৰলৈ ৰাইজে ইতিবাচক সঁহাৰি জনাইছে। পৰীক্ষা শিবৰত যোগ দিয়া ব্যক্তিসকলক কৰ্কটৰ বিষয়ত সজাগ কৰাৰ লগতে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰোৱা হৈছিল।

অসম চিকিৎসা মহাবিদ্যালয়ৰ নোডেল অফিচাৰ ড০ গায়ত্ৰী গগৈয়ে কৈছে, ‘‘এই ৩টা কেম্পত চেগাচেৰেকাকৈ সম্পন্ন কৰা পৰীক্ষা কেইটাই সমূহীয়া পৰ্যায়ত কৰ্কট ৰোগৰ পৰীক্ষা কৰাৰ ওপৰত এটা প্ৰায়োগিক অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। এই অভিজ্ঞতাই স্থানীয় পৰ্যায়ৰ সমল ব্যৱহাৰ কৰি বিভিন্ন সংস্থাৰ লগ লাগি সমূহীয়া পৰ্যায়ত কৰ্কট পৰীক্ষাৰ ভৱিষ্যতৰ কাৰ্যপন্থা উন্নত কৰাত আমাক সহায় কৰিব।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd