DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হাৱা হাৱানি’ নামৰ এক ব্যতিক্ৰমী গীতৰ এলবাম মুকলি

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 28, 2019 9:54 am
IMG-20190827-WA0021

ফটো : নর্থ-ইষ্ট নাও

2.9k
VIEWS
Share on FacebookShare on Twitter

জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম কোচ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক নৱ প্ৰজন্মৰ আগত চিনাকী কৰাই দিয়াৰ লগতে জনগোষ্ঠীটোৰ স্বকীয় কৃষ্টি-সংস্কৃতিক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ মানসেৰে স্থানীয় যুৱক হিতেশ ৰুংদুং, কিশোৰ কোচ আৰু ৰমাকান্ত কোচে গ্ৰহণ কৰিছে বিশেষ প্ৰচেষ্টা।

শেহতীয়াকৈ য়ু চি বেনাৰত কিশোৰ কোচ আৰু ৰমাকান্ত কোচৰ পৰিচালনাত প্ৰকাশ পাইছে ‘হাৱা হাৱানি’ নামৰ কোচ জনগোষ্ঠী লোকৰ এটি গীতৰ এলবাম।

মঙলবাৰে জিলা খনৰ কৃষ্ণাইৰ খাৰদাং কোচ পাৰাত অনুষ্ঠিত এক অনুষ্ঠানত গীতৰ এলবামটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

অনুষ্ঠানত হেতেশ ৰুংদুং, প্ৰতিমা পাণ্ডে বটা প্ৰাপ্ত শিল্পী দীপক পামৰ লগতে কিশোৰ কোচ আৰু ৰমাকান্ত কোচ উপস্থিত থাকে।

উল্লেখ্য যে ‘হাৱা হাৱানি’ৰ গীতত অভিনয় কৰিছে জনপ্ৰিয় নৃত্য শিল্পী সিদ্ধান্ত কলিতা আৰু বিউটি ৰায়ে।

গীতৰ এই এলবামটো সংস্কৃতি প্ৰেমি ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে উদীয়মান সাংস্কৃতিক কৰ্মী হিতেশ ৰুংদুঙে ইয়াৰ পূৰ্বে কেইবাটাও গীতৰ এলবাম উলিয়াই জনপ্ৰিয়তা বুটুলিবলৈ সক্ষম হৈছে।

Recent News

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd