• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টিকটকৰ হাতত কোটি কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য! নতুন প্ৰতিবেদনত বিস্ফোৰক দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2023 6:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত তিনি বছৰতকৈও অধিক সময়ৰ পূৰ্বে টিকটক নিষিদ্ধ কৰা হৈছে। কিন্তু শেহতীয়াকৈ, ফৰ্বছৰ এক বিস্ফোৰক প্ৰতিবেদনত দাবী কৰা হৈছে যে কোটি কোটি ভাৰতীয় ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য এতিয়াও চীনা এপৰ আওতাৰ ভিতৰত আছে! অৱশ্যে, টিকটকে সকলো দাবী অস্বীকাৰ কৰিছে।

ভাৰতত যেতিয়া ইয়াক নিষিদ্ধ কৰা হৈছিল, সেই সময়ত টিকটকৰ ১৫ কোটি ব্যৱহাৰকাৰী আছিল।

লগতে পঢ়ক: গোলকীয় উষ্ণতা! শীঘ্ৰে শুকাই যাব সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ; সতৰ্ক কৰিলে ৰাষ্ট্ৰসংঘই

প্ৰতিবেদন অনুসৰি, ফৰ্বছৰ সৈতে বাৰ্তালাপত টিকটকৰ এজন কৰ্মচাৰীয়ে কৈছিল যে ভাৰতীয়সকলৰ এই মুহূৰ্তত তেওঁলোকৰ কিমানৰ তথ্য চীনৰ ওচৰত ৰৈছে তাৰ কোনো ধাৰণা নাই। প্ৰতিবেদনখনে লগতে দাবী কৰিছে যে কোম্পানীৰ যিকোনো কৰ্মচাৰী যাৰ নিম্নতম ‘এক্সেছ’ আছে তেওঁলোকে সেই তথ্যপ্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। চেলিব্ৰেটীৰ পৰা সাধাৰণ মানুহলৈকে, সকলোৱে সেই তালিকাত আছে।

অৱশ্যে, চীনা কোম্পানীটোৱে দাবী কৰিছে যে এই দাবী সম্পূৰ্ণ ভুল। টিকটক  ভাৰতত নাথাকিলেও কিন্তু ৰাছিয়া, চীন, আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে ‘বাইটডান্স’ নামৰ চীনা কোম্পানীটোৰ ১লাখ ১০ হাজাৰ কৰ্মচাৰী আছে।

লগতে পঢ়ক: গুলাম নবী আজাদৰ দাবী: হিমন্ত পৰ্ব ৰাহুল গান্ধীৰ ‘ভুল পৰিচালনা’ আছিল; ছোনিয়া আছিল নিমাত!

ভাৰতকে ধৰি বহুতো দেশে অভিযোগ কৰিছে যে চীনে টিকটক এপৰ জৰিয়তে ব্যৱহাৰকাৰীসকলৰ সকলো তথ্য সৰবৰাহ কৰি আছে। শেহতীয়াকৈ, আমেৰিকাকো একেটা দাবীত সৰৱ হোৱা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am
CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

September 9, 2025 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd