• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোলকীয় উষ্ণতা! শীঘ্ৰে শুকাই যাব সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ; সতৰ্ক কৰিলে ৰাষ্ট্ৰসংঘই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2023 5:14 pm
ব্রহ্মপুত্র। ফটো: সংগ্ৰিহীত।

ব্রহ্মপুত্র। ফটো: সংগ্ৰিহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল গঙ্গাই নহয়, হিমালয়ৰ বৰফ গলি যোৱা পানীৰ দ্বাৰা পুষ্ট ব্ৰহ্মপুত্ৰ, সিন্ধুৰ দৰে বিশাল নদীবোৰো শুকাই যাব। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে এই শংকাৰ কথা সদৰী কৰিছে। তেওঁ গোলকীয় উষ্ণতাৰ বিষয়ে বিশ্বক সতৰ্ক কৰি দিছে। বুধবাৰে আন্তৰ্জাতিক হিমবাহ সংৰক্ষণ দিৱসত (International Year of Glacier Preservation) তেওঁ এই মন্তব্য কৰে।

ৰাষ্ট্ৰসংঘই গঙ্গা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। হিমালয়ৰ বৰফৰ পানীৰ দ্বাৰা পুষ্ট নদীৰ প্ৰবাহ ক্ৰমান্বয়ে হ্ৰাস পাব সদৰী কৰিছে।

এণ্টোনিঅ গুৰেটেছে কয় যে মানুহকে ধৰি পৃথিৱীৰ যিকোনো জীৱৰ বাবে হিমবাহ গুৰুত্বপূৰ্ণ। বহু শতাব্দী ধৰি এই নদীবোৰ পৃথিৱীৰ চিহ্ন হৈ আহিছে। হিমবাহ পুষ্ট নদীয়ে পৃথিৱীৰ ১০ শতাংশ অঞ্চল আৱৰি আছে। তেওঁ হিমবাহবোৰক গোটেই পৃথিৱীৰ মিঠা পানীৰ উৎস হিচাপেও চিহ্নিত কৰে।

Apply Now

লগতে পঢ়ক: গুলাম নবী আজাদৰ দাবী: হিমন্ত পৰ্ব ৰাহুল গান্ধীৰ ‘ভুল পৰিচালনা’ আছিল; ছোনিয়া আছিল নিমাত!

তেওঁ কয়, “আজি, গোলকীয় উষ্ণতাৰ বাবে এইবোৰ বিপদাপন্ন হৈ পৰিছে। কিন্তু শেহতীয়াকৈ হিমবাহবোৰ দ্ৰুতগতিত পানীলৈ গৈ আছে। প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাবলৈ আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে মানুহৰ কাৰ্যকলাপে গ্ৰহটোৰ উষ্ণতা বৃদ্ধি কৰিছে।

এণ্টাৰ্কটিকাত প্ৰতি বছৰে গড়ে ১৫০ বিলিয়ন টন বৰফ গলি আছে। গ্ৰীণলেণ্ডৰ পৰিস্থিতি আৰু বেয়া। কাৰণ প্ৰতি বছৰে ইয়াত ২৭০ বিলিয়ন টন বৰফ গলি আছে। যিটো গোটেই বিশ্বৰ বাবেই যথেষ্ট বিপদজনক।

এছিয়াৰ হিমালয় অঞ্চলত ১০ খন নদী আছে, যিবোৰ ভাৰত আৰু ইয়াৰ চাৰিওফালৰ দেশবোৰৰ বাবে গুৰুত্বপূৰ্ণ। ১.৩ বিলিয়নতকৈও অধিক লোক এই নদীবোৰৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ এই নদীবোৰ সতেজ পানীৰ একমাত্ৰ উৎস। পৰৱৰ্তী কেইটামান দশকৰ ভিতৰত, হিমবাহ আৰু বৰফৰ চাদৰ ইমান দ্ৰুতগতিত গলি যাব যে সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰৰ দৰে মুখ্য নদীৰ প্ৰবাহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ! ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত কিয়েভ অঞ্চলত ৮ জন নিহত; দাবী ইউক্ৰেইনৰ

গুটেৰেছে পাকিস্তানৰ শেহতীয়া বানপানীৰ কথা মনত পেলাই দিছে। তেওঁ কয় যে পাকিস্তানে হিমালয়ত গলি যোৱা হিমবাহৰ ফল পাইছে। কিয়নো যোৱা বছৰ এক ভয়ংকৰ বানপানী হৈছিল যাৰ ফলত সমগ্ৰ দেশ ক্ষতিগ্ৰস্ত হৈছে। তেওঁ লগতে কয় যে যদি হিমালয়ৰ হিমবাহসমূহ এই হাৰত গলে তেন্তে পৃথিৱীৰ বিশাল বদ্বীপ অৰ্থাৎ সুন্দৰবনৰ এক বৃহৎ অংশ ধ্বংস কৰিব পাৰে।

ৰাষ্ট্ৰসংঘৰ জল সন্মিলনৰ অধীনত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ইয়াতেই গুটেৰেছে হিমবাহৰ ভয়ানক আশংকাৰ কথা ব্যক্ত কৰিছিল। অনুষ্ঠানটো ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছিল। অনুষ্ঠানটোত তাজিকিস্তান আৰু নেডাৰলেণ্ডকে ধৰি আয়োজক দেশসমূহ উপস্থিত আছিল। অনুষ্ঠানটোত গুটেৰেছে বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ উদ্ধৃতি দিয়ে।

তেওঁ কয় যে সংস্থাটোৱে আগতে গোলকীয় উষ্ণতাৰ বিষয়ে সতৰ্ক কৰি দিছিল। সংস্থাটোৰ মতে, হিমবাহ গলি যোৱাৰ ফলত সাগৰপৃষ্ঠৰ তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে, যিটোৱে সমুদ্ৰপৃষ্ঠৰ বা ইয়াৰ তলৰ অঞ্চলৰ লোকসকলৰ বাবে প্ৰলয়ংকৰী পৰিস্থিতি সৃষ্টি কইব পাৰে।

লগতে পঢ়ক: আদানি গ্ৰুপৰ পিছত এইবাৰ ‘টাৰ্গেট’ত কোন? হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি!

গুটেৰেছে জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিহাৰ কৰিবলৈ বিশ্বব্যাপী বিকাশ ১.৫ ডিগ্ৰী হ্ৰাস কৰিবলৈ বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে এইটোৱেই আটাইতকৈ বেছি গুৰুত্ব দিয়া বিষয়। তেওঁ লগতে কয় যে জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ সকলো দেশে একেলগে কাম কৰিব লাগিব। তেওঁ কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ কথাও কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd