• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ কেঁকোৰা আৱিষ্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2018 2:24 pm
imagead2906c4-410d-41c7-9579-6636490a9c0c
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত এটা নতুন প্ৰজাতিৰ কেঁকোৰা পোৱা গৈছে। জুটেক্সা(Zootaxa)নামৰ জীৱবিজ্ঞান বিষয়ক আলোচনীখনত এই তথ্য প্ৰকাশিত হৈছে।

ভাৰতীয় প্ৰাণীবিজ্ঞান জৰীপ (ZSI)   বিভাগৰ তিনিজনীয়া জীৱবিজ্ঞানীৰ এটা দলে এই নতুন প্ৰজাতিৰ কেঁকোৰাবিধ আৱিষ্কাৰ কৰে। ৰাজ্যখনৰ চাংলাং জিলাত থকা ৰাষ্ট্ৰীয় উদ্যানখনত ‘টেৰেটামন কেম-পাই’ (Teretamon kem-pi) নামৰ সদ্য-আৱিষ্কৃত  অলৱণাক্ত পানীত বাস কৰা কেঁকোৰাবিধ পোৱা যায় বুলি আলোচনীখনত প্ৰকাশিত গৱেষণামূলক প্ৰৱন্ধটোত কোৱা হৈছে।

Apply Now

এই কেঁকোৰাবিধ সাধাৰণতে বোৱতী পানী, নিজৰাত থকা শিলৰ মাজৰ গহ্বৰত থাকে। ইয়াৰ খোলাটো ঘূৰণীয়া আকৃতিৰ আৰু প্ৰায় ১.৫ ইঞ্চিমান আকাৰৰ হ’ব।  বিজ্ঞানীৰ দলটোৱে সাগৰপৃষ্ঠৰ পৰা ৩৭৫-৬৫৭ মিটাৰ উচ্চতাত থকা প্ৰাথমিক অৰণ্যত  এই মটীয়া ৰঙৰ কেঁকোৰাবিধৰ নমুনা সংগ্ৰহ কৰিছে।

এই কেঁকোৰাবিধক ভাৰতীয় জীৱবিজ্ঞান জৰীপ বিভাগৰ প্ৰাক্তন তত্বাৱধায়ক, তথা খোলাধাৰী প্ৰাণীৰ অধ্যয়ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা জীৱবিজ্ঞানী ষ্টেনলী  ৱেলছ কে’ম্পৰ নামেৰে নামকৰম কৰা হৈছে।

উল্লেখ্য যে ভাৰতত বৰ্তমান ১,০০০ টা প্ৰজাতিৰ সাগৰীয় কেঁকোৰা আৰু ১২০ বিধ অলৱণাক্ত পানীৰ কেঁকোৰা পোৱা যায়। গৱেষণাপত্ৰখনত উল্লেখ কৰা অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত ৪৫ বিধ কেঁকোৰা পোৱা যায় আৰু ইয়াৰে ১০ বিধ অকল অৰুণাচলত পোৱা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd