• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬ ডিচেম্বৰত কটন বিশ্ববিদ্যালয়ত “COP 27 জলবায়ু সন্মিলনৰ পিছত দক্ষিণ-পূব এছিয়াৰ বাবে পৰৱৰ্তী কি আছে?” শীৰ্ষক আলোচনাচক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2022 1:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু ন্যায়, জলবায়ুৰ বিত্তীয় সাহায্য আৰু জলবায়ুৰ-বিপৰীতে-ঋণৰ-বিনিময়ৰ ওপৰত শেহতীয়া COP 27-জলবায়ু সন্মিলনৰ বিশেষ গুৰুত্বই দক্ষিণ এছিয়াৰ উত্তৰ-পূব অংশটোত কেনেধৰণেৰে প্ৰভাৱিত কৰিব পাৰে, সেই বিষয়ে সবিশেষভাৱে আলোচনা কৰিবলৈ কটন বিশ্ববিদ্যালয়ত অহা ১৬ ডিচেম্বৰ তাৰিখে “COP 27-জলবায়ু সন্মিলনৰ পিছত দক্ষিণ-পূব এছিয়াৰ বাবে পৰৱৰ্তী কি আছে?” শীৰ্ষক এখনি পেনেল আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে।

গুৱাহাটীস্থ চেণ্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন (চিইচিএএফ), কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰ (আইচিআৰচি) আৰু অসম চৰকাৰৰ অন্তৰ্গত অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি (এচিচিএমএছ)-ৰ যৌথ উদ্যোগত এই আলোচনাচক্ৰখনিৰ আয়োজন কৰা হৈছে।

লগতে পঢ়ক: তেলৰ দৰ বান্ধি দিয়া জি-৭ মিত্ৰজোঁটৰ সিদ্ধান্তত সমৰ্থন নাই ভাৰতৰ; আদৰণি জনালে ৰাছিয়াই

Apply Now

আলোচনাচক্ৰখনিৰ বিশিষ্ট পেনেলিষ্টসকলৰ ভিতৰত আছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ অধ্যক্ষ, অধ্যাপক ড° অৰূপ কুমাৰ মিশ্ৰ, অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিৰ কাৰিকৰী পৰামৰ্শদাতা ৰিজৱান উজ জামান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক ড° শৰৎ ফুকন, আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতা কেন্দ্ৰৰ সহযোগী অধ্যাপক ড° শান্তনু গোস্বামী আৰু খিলঞ্জীয়া জলবায়ু ন্যায় মঞ্চৰ প্ৰতিষ্ঠাপক ঋতুৰাজ ফুকন।

এই আলোচনাচক্ৰখনিৰ আঁত ধৰিব কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ৰাহুল মহন্তই। এই পেনেল আলোচনা-চক্ৰখনিত ২৭ সংখ্যক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ (COP27) ফলাফলসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ’ব। লগতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ বাবে বিশেষভাৱে আগ্ৰহৰ বিষয়স্বৰূপ অঞ্চলটোৰ বহুকেইটা জলবায়ু পৰিৱৰ্তনৰ অন্তৰ্গত বিষয় আৰু জলবায়ু সম্পৰ্কীয় দুৰ্যোগ সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হ’ব।

লগতে পঢ়ক: চৰম নৃশংসতা! চলন্ত গাড়ীৰ পৰা কোলাৰ শিশুক দলিয়াই দি মাতৃৰ ওপৰত যৌন নিৰ্যাতন চলালে দুৰ্বৃত্তই

ইচ্ছুক ব্যক্তিসকলে পেনেল আলোচনাৰ বিষয়ে সবিশেষ জানিবলৈ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যনৰ সঞ্চালক ড° কমল কুমাৰ তাঁতীৰ সৈতে ৮২৫৭০৬৭২৯৭ নম্বৰত অথবা ইমেইলযোগে ([email protected]) যোগাযোগ কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd