DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হাতত চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা যুৱকৰ; তীব্ৰ চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2019 12:29 pm
8.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজধানী দিল্লীৰ সংসদ চৌহদত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই আজি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দিল্লীৰ এজন যুৱকে আজি হাতত চোকা অস্ত্ৰ লৈ দিল্লীৰ সংসদ ভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলায়।

অৱশ্যে হাতত চোকা অস্ত্ৰ লৈ প্ৰৱেশৰ চেষ্টা কৰোতেই সেই স্থানত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Delhi: A person has been detained while he was trying to enter the Parliament allegedly with a knife. He has been taken to Parliament police station. pic.twitter.com/rKforH5i5R

— ANI (@ANI) September 2, 2019

নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক সাগৰ ইনচা বুলি চিনাক্ত কৰা হৈছে। ধৃত যুৱকজন দিল্লীৰ লক্ষ্মীনগৰৰ বাসিন্দা।

এখন মটৰচাইকেলেৰ সংসদ ভৱনলৈ আহিছিল যুৱকজন। আৰু সংসদ ভৱনৰ চৌহদতে মটৰচাইকেল ৰখাই ভৱনৰ ১ নং গেটেৰে প্ৰৱেশৰ চেষ্টা কৰিছিল।

The person has been identified as Sagar Insa. He is a resident of Laxmi Nagar and a follower of Dera Sacha Sauda chief & rape convict Gurmeet Ram Rahim Singh. https://t.co/NimTiBh5Gv

— ANI (@ANI) September 2, 2019

যুৱকজনে ব্যৱহাৰ কৰা মটৰচাইকেলখনো আৰক্ষীয়ে জব্দ কৰিছে। বৰ্তমান দিল্লী আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ধৃত সাগৰ ধৰ্ষণত অভিযুক্ত তথা দেৰা চাচা সাউদাৰ মুৰব্বী ৰাম ৰহিমৰ অনুৰাগী বুলি জানিব পৰা গৈছে। অৱশ্যে যুৱকজনে কি কাৰণত এনেদৰে হাতত চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা কৰিছিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Recent News

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd