• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ভাৰতীয় দিন

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
October 3, 2023 1:26 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দিন

সিদিনা উন্মত্ত হৈ তেওঁক হত্যা কৰিছিলা।

Apply Now

আজি দুই অক্টোবৰ।

মুখখন ঘূৰাই তোমাৰ স্তাৱকেও কয়,

প্ৰণাম বাপু।

আৰু উভতি যায় তোমাৰ বাটলৈ।

মূৰ্তিয়ে কান্দিব নোৱাৰে

নাইবা কালি আৰু আজিৰ প্ৰভেদ সুঁৱৰি নাথাকে।

কালি তেওঁৰ চাৰিওফালে মানুহবোৰ লগ লাগিছিল,

আজি মানুহবোৰ বেলেগ বেলেগ।

তেওঁৰ মূৰ্তিয়ে এই প্ৰভেদ নাজানে।

তথাপি আমাৰ প্ৰয়োজন হয় এক মানবীয় প্ৰতীকৰ,

দেশখন এখন দেশ বুলি ক’বলৈ।

১৫ আগষ্ট, ২৬ জানুৱাৰী, ২ অক্টোবৰ

গহীন আনুষ্ঠানিকতা শেষ হৈ যায়।

আৰু এতিয়া মহাত্মা,

তোমাৰ মূৰ্তিৰ অসহায় চকুৰ আগত

তোমাৰ দেশবাসী কিছুমান আচল আৰু

কিছুমান অন্য হৈ পৰিছে।

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, বিশিষ্ট কবি, লেখক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

August 11, 2026 9:57 am
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

August 11, 2026 9:57 am
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd