• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নীল গাইলৈ লক্ষ্য কৰি এৰা গুলীত আহত গৰ্ভৱতী মহিলা

গুলীবিদ্ধ বন্দনাক পথাৰত পৰি থকা দেখি নিলগতে থকা সংগী ভূপেন্দ্ৰ দৌৰি আহে। ভূপেন্দ্ৰই স্থানীয় ৰাইজৰ সহায়ত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। পিছত বন্দনাক ঝাঁচী জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় কাৰণ তেওঁৰ অৱস্থাৰ অৱনতি ঘটে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2023 7:33 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। যোৱা দেওবাৰে উত্তৰ প্ৰদেশৰ মহোবাত নামৰ ঠাইত এজন ব্যক্তিয়ে চিকাৰৰ উদ্দেশ্যে এটি নীলগাইলৈ লক্ষ্য কৰি নিক্ষেপ কৰা গুলীত আঘাতপ্ৰাপ্ত হৈ এতিয়া জীৱন মৃত্যুৰে যুঁজি আছে এগৰাকী গৰ্ভৱতী মহিলা। গুৰুতৰ অৱস্থাত মহিলাগৰাকীক হাস্পাতালত ভৰ্তি কৰোঁৱা হৈছে। চিকিৎসকৰ মতে মহিলাগৰাকীৰ লগতে তেওঁৰ গৰ্ভস্থ সন্তানৰ অৱস্থা সংকটজন বুলি জানিবলৈ দিছে হাস্পাতালখনৰ চিকিৎসকে।

আৰক্ষীৰ তথ্য অনুসৰি আহত মহিলাগৰাকীৰ বয়স ৩০ বছৰ। মহিলাগৰাকীৰ দাম্পত্যসংগীৰ নাম ভূপেন্দ্ৰ সিঙ ৰাজপুত। যোৱা দেওবাৰে গৰ্ভৱতী বন্দনাই তেখেতৰ দাম্পত্যসংগী ভূপেন্দ্ৰ সিঙ ৰাজপুতৰ সৈতে পথাৰত কাম কৰি আছিল।

Apply Now

তেওঁলোকৰ পৰা কেইফুটমান দূৰৈত হাতত বন্দুক লৈ দুজন মানুহে নীলগাই চিকাৰ কৰি আছিল। তাৰে এজনে নীলগাইৰ ওপৰত গুলীচালনা কৰে। কিন্তু তাৰে এটা গুলীয়ে লক্ষ্য হেৰুৱাই বন্দনাক আঘাত কৰে। এই ঘটনা সংঘটিত কৰি অভিযুক্ত চিকাৰি দুজনে সেই স্থানৰ পৰা পলায়ন কৰে।

গুলীবিদ্ধ বন্দনাক পথাৰত পৰি থকা দেখি নিলগতে থকা সংগী ভূপেন্দ্ৰ দৌৰি আহে। ভূপেন্দ্ৰই স্থানীয় ৰাইজৰ সহায়ত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। পিছত বন্দনাক ঝাঁচী জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় কাৰণ তেওঁৰ অৱস্থাৰ অৱনতি ঘটে।

চিকিৎসকে কয় যে বন্দনা আৰু তেওঁৰ গৰ্ভস্থ সন্তানৰ অৱস্থা সংকটজনক। ইতিমধ্যে পেটত গুলী লগাৰ বাবে বন্দনাৰ শৰীৰৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈছে।

এই ঘটনাৰ অভিযুক্তক ধৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, নীলগাইক চিকাৰ কৰিবলৈ কোন আহিছিল সেই সন্দৰ্ভত তদন্ত চলি আছে। ইতিমধ্যে অভিযুক্তক বিচাৰি আৰক্ষীৰ দল গঠন কৰা হৈছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশত নীলগাই চিকাৰ কৰাটো আৰু চিকাৰৰ বাবে বন্দুক ৰখাটো অবৈধ তথা বেআইনী। কিন্তু কিহৰ সুৰুঙা লৈ যোগীৰ ৰামৰাজ্যত আজিও একাংশই নীলগাই চিকাৰত লিপ্ত হৈ থাকিব পাৰিছে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd