• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোটিটকীয়া এটা পথ! নিৰ্মাণৰ দুমাহৰ পিছতেই চিৰা চিৰে ফাটিল স্বয়ং মুখ্যমন্ত্ৰীৰ বিভাগে নিৰ্মাণ কৰা পথটো

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 26, 2021 11:41 am
Road in Sibsagar final

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্মাণৰ দুমাহৰ পিছতেই চিৰা চিৰে ফাটিছে কোটিটকীয়া এটা পথ!  এই পথেৰে এতিয়া যানবাহনৰ পৰিৱৰ্তে নাৱেৰে অহা যোৱা কৰিব লাগে গাওঁবাসীয়ে।

প্ৰায় বিশখন গাওঁ সংযোগী এই পথটো এতিয়া একাঠু পানীৰ তলত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগতে চলিছে পথ নিৰ্মাণত এই দুৰ্নীতি।

Apply Now

বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰে মিলি লুন্ঠন চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা দল সংগঠনে।

শিৱসাগৰ গ্ৰাম্য পথ সংমণ্ডল, লোক নিৰ্মাণ বিভাগৰ অধীনত ঠিকাদাৰ, বি কে মজিকাই নিৰ্মাণ কৰিছে এই পথটো।

শিৱসাগৰৰ পানবেচাৰ চেনীমৰা আৰু অফলা সংগোগী  দিচাং এংবেঙ্কমেন্টৰ পৰা গড়ভঙালৈ নিৰ্মিত প্ৰায় ১.৮৩ কিলোমিটাৰৰ দৈৰ্ঘৰ এই পথটো।

নতুনকৈ নিৰ্মিত এই পথৰ অৱস্থা দেখিলে স্বাভাৱিকতে সকলোৰে চকু কপালত উঠিব।

আজি নৰ্থইষ্ট নাওৰ সাংবাদিক এই বিধ্বস্ত পথত উপস্থিত হৈ দেখা পায় যে পানবেচাৰ চেনীমৰাৰ পৰা এই পথটো বৰ্তমান পানীৰ তলত। পথটোত এতিয়া বাহনৰ পৰিৱৰ্তে নাৱেৰেহে অহা যোৱা কৰিব লাগে।

পথটোত থকা পকী দলংখনৰ দুয়োটা মূৰ খহি পৰিছে। মাত্ৰ দুমাহ পূৰ্বে নিৰ্মাণ কৰা এই পথৰ দুৰৱস্থা নেদেখিলে কোনোৱেই বিশ্বাসেই নকৰিব।

প্ৰায় তিনি কোটি চৌব্বিশ লাখ টকাৰে নিৰ্মাণ কৰা এই পথটো ঠিকাদাৰ বি কে মজিকাই অতি নিম্নমানৰ কাম কৰাৰ বাবেই নিৰ্মাণৰ দুমাহৰ পিছতে এইদৰে জহি খহি বিধ্বস্ত হৈ পৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।

স্বাধীনতাৰ পিছতে প্ৰথমবাৰলৈ নিৰ্মাণ হোৱা এই পথটো নিৰ্মাণৰ দুমাহৰ পিছতেই এইদৰে পানীৰ মাজত চিৰাল ফাট দিয়াত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে বহুকেইটা মিচিং জনগোষ্ঠীয় দল-সংগঠন।

পথটো অতিশীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰ গৰাকীক দাবী জনাছে স্থানীয় ৰাইজে। মুখ্যমন্ত্ৰী তথা বিভাগটোৰ দায়িত্ব থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈকো দাবী জনাইছে স্থানীয় ৰাইজে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd