DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চহৰ-নগৰ নহয়, গাঁওৰ মাজত এইবাৰ ৰ’প ওৱে! কাৰ প্ৰচেষ্টাত ক’ত চলিছে এনে নিৰ্মাণ?

চৰকাৰলৈ বাট নাচাই নিবনুৱা যুৱকে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি আছে এই ৰ'পৱে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 22, 2021 8:13 pm
Ropeway baksa.png final

ফটো: নৰ্থইষ্ট নাও।

252
VIEWS
Share on FacebookShare on Twitter

মৰণক শৰণ দি নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটাবাসী ৰাইজে ভৰ বাৰিষা মটঙা নৈৰ মাজেৰে কৰা বিপদ সংকুল যাত্ৰাৰ দৃশ্য আমি বহুত দেখিছো।

কিন্তু এই পথেৰে যাতায়ত কৰা লোকৰ বাবে এইবাৰ আহিছে এটি ভাল খবৰ।

মটঙা নৈৰ ওপৰত যুদ্ধকালীন প্ৰস্তুতিৰে চলিছে  ৰ’প ওৱে নিৰ্মাণৰ কাম।

প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এই মিনি ৰ’প ওৱেৰ কাম ইতিমধ্যে ৫০ শতাংশ সম্পন্ন হৈছে।

নৈৰ ইপাৰৰ পৰা সিপাৰলৈ নিৰ্মাণ হবলগীয়া ইয়াৰ দৈৰ্ঘ্য হল চাৰিশ ফুট। ৰ’প ওৱেত একেলগে পাৰ হ’ব মটৰচাইকেল আৰু যাত্ৰী।

বিশেষ কাৰিকৰী ব্যৱস্থাৰে নিৰ্মাণ হৈ থকা এই মিনি ৰ’প ওৱেত বিকলংগ লোকৰ বাবে থাকিব হুইল চেয়াৰো।

ভাৰত-ভূটান সীমান্তৰ অতি ব্যস্ত নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী গড়কাপ্তানী পথৰ মাজত থকা মটঙা নৈৰ দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ কেইজনমান যুৱকে নিজাববীয়াকৈ ৰ’প ওৱে নিৰ্মাণৰ কাম হাতত লৈছে।

কোনো চৰকাৰী ধন বা বৰঙণি অবিহনে নিৰ্মাণ হৈ থকা এই ৰ’প ওৱে সম্পূৰ্ণ হৈ উঠিবলৈ এতিয়াও সময় লাগিব প্ৰায় ১৫ দিন।

নিৰ্বাচনৰ প্ৰাক ক্ষণত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মটঙা নৈৰ ওপৰত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল।

এতিয়ালৈ চৰকাৰে দলং নিৰ্মাণৰ কোনো কাম হাতত লোৱা নেদেখাত যুলৱককেইজনে ল’লে এই পদক্ষেপ।

ইয়াৰ আগতেও এইসকল যুৱকে ইয়াতে নিৰ্মাণ কৰি উলিয়াইছিল বাঁহেৰে শৰাইঘাট সদৃশ বৃহৎ আকাৰৰ দলং। কিন্ত কোনো দুস্কৃতিকাৰীয়ে জ্বলাই দিছিল সেই বাঁহৰ দলংখন।

প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহাৰ পিছতো কিন্ত ৰাইজৰ সুবিধাৰ বাবে হাৰ মনা নাই এই কেইজন যুৱকে।

তাৰমাজতে প্ৰশ্ন হয়, নিৰ্বাচনৰ প্ৰাকক্ষণত ডঃ হিমন্ত বিশ্ব শৰ্মাই পকী দলং নিৰ্মাণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ হব নে, নে প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰব ?

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd