• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 23, 2025 1:46 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট-বোকাখাতৰ প্ৰগতিশীল ছাত্ৰ ৰাজনীতিৰ সুঁতিটোক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টাৰে মঙ্গলবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসমৰ উদ্যোগত অনুষ্ঠিত হয় “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক এক বিশেষ আলোচনা চক্ৰৰ।

ছোভিয়েট দেশ নেহৰু বঁটা প্ৰাপক, অসম ছাত্র ফেডাৰেছনৰ একালৰ সাধাৰণ সম্পাদক, কৃতী শিক্ষক , জনসুহৃদ চিদানন্দ শইকীয়াৰ প্ৰগতিশীল ছাত্ৰ আন্দোলনত  ভূমিকা কি আছিল তাক বিচাৰ কৰি চোৱাও সাম্প্ৰতিক ধৰ্মীয় ৰাজনীতি আৰু শাসনাধিষ্ট চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰৰ বাতাবৰণত নিশ্চয়কৈ প্ৰত্যাহ্বানমূলক। তেনে প্ৰেক্ষাপটত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী মেনকা পাটগিৰিয়ে সঞ্চালনা কৰা আলোচনা চক্ৰখনত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ, লেখক, দেৱৰাজ ৰয় মহাবিদ্যালয়,গোলাঘাটৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক হেম ফুকন, এছ এফ আইৰ ৰাজ্যিক সদস্য যুৱ বক্তা ৰাজদ্বীপ মহন্ত, নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, প্ৰয়াস অধ্যয়ন চক্ৰৰ হৈ সোনেশ্বৰ নৰহ, পল্লৱ হাজৰিকা, বোকাখাত জাতীয় বিদ্যালয়ৰ হৈ ইনজু আহমেদ, ৰিনুমনি শৰ্মা, চিদানন্দ শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ জেষ্ঠ পুত্ৰ গোপিকানন্দ শইকীয়া, কবি-সাহিত্যিক নিজৰা বৰঠাকুৰ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী।

Apply Now

আলোচনা চক্ৰখনত উপস্থিত হৈ বিশিষ্ট চিন্তাবিদ হেম ফুকনদেৱে তেওঁৰ ভাষণ প্ৰসংগত জনসুহৃদ চিদানন্দ শইকীয়াৰ প্ৰগতিশীল ছাত্ৰ আন্দোলনত  ভূমিকাৰ ওপৰত আলোকপাত কৰি তেখেতৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰা আধুনিক বোকাখাত নিৰ্মাণলৈকে বিস্তৃত পৰিক্ৰমাৰ এক মননশীল আলোচনা আগবঢ়াই। আনগৰাকী যুৱ বক্তা ৰাজদ্বীপ মহন্তই আলোচনা চক্ৰখনত অংশ লৈ শাসনাধিষ্ট বিজেপি চৰকাৰ খনৰ ফেচিষ্ট নীতি তথা বিৰামহীন উচ্ছেদক তীব্ৰ সমালোচনা কৰি কয় যে অসমীয়াৰ সভ্যতা সংস্কৃতিৰ ৰক্ষাৰ বাবে এই উচ্ছেদ অভিযান নহয়, পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে এই উচ্ছেদ অভিযান চলোৱা হৈছে। লগতে তেওঁ এনে প্ৰেক্ষাপটত এছ এফ আইৰ ভূমিকা কি হ’ব সেই সন্দৰ্ভতো এক তথ্য ভিত্তিক আলোচনা আগবঢ়াই। লগতে প্ৰান্তীয় অঞ্চলসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰসমাজে ল’ব পৰা ভূমিকা সন্দৰ্ভতো আলোচনা আগবঢ়াই যুৱ বক্তা গৰাকীয়ে। আন এগৰাকী বক্তা এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে তেওঁৰ ভাষণ প্ৰসংগত জনসূহৃদ চিদানন্দ শইকীয়াৰ ইতিমধ্যে প্ৰকাশিত আৰু অপ্ৰকাশিত ৰচনা সমূহৰ পুনৰ প্ৰকাশৰ ক্ষেত্ৰত এছ এফ আইয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দি কয় যে অহা ১৯,২০,২১ চেপ্তেম্বৰত যোৰহাটত অনুষ্ঠিত হ’বলগীয়া এছ এফ আইৰ ৰাজ্যিক সন্মিলনত উক্ত ৰচনা সম্ভাৰ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰই।মঙলবাৰৰ আলোচনা চক্ৰখনৰ প্ৰাকমূহূৰ্তত এছ এফ আইৰ পতাকা উত্তোলন কৰে এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে আৰু স্মৃতি তৰ্পণ কৰে গোপিকানন্দ শইকীয়াই। আলোচনা চক্ৰখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আলোক নৰহ, ইমন কল্যাণ আৰু অৰ্ণৱ নৰহে। এটি কবিতা আবৃত্তি আৰু গীতৰ অনুষ্ঠান পৰিৱেশন কৰে এছ এফ আইৰ গোলাঘাট আৰু বোকাখাতৰ সদস্যকলে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd