• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সত শ্ৰীমন্ত শংকৰদেৱ বিষয়ক মনোজ্ঞ আলোচনা চক্ৰ সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2022 12:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Seminar on Srimanta Sankardeva held at GIPS অসমীয়া জাতীয় জীৱনৰ প্ৰাণ স্পন্দন স্বৰূপ, সমাজ সংগঠক তথা বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিস্থাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত উৎসৰ্গিত “Scientific Thoughts of Srimanta Sankardeva in Social Cohesion” অৰ্থাৎ “সামাজিক সমন্বয়ত শ্ৰীমন্ত শংকৰদেৱৰ বৈজ্ঞানিক চিন্তা-চেতনা” শীৰ্ষক এখনি আলোচনা চক্ৰ গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠান চৌহদত প্ৰতিষ্ঠানখনিৰ সাংস্কৃতিক সংঘৰ আতিথ্যত যোৱা ১৬ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায়।

শ্ৰীমন্ত শংকৰদেৱক অকল ধৰ্ম প্ৰচাৰক বা‌ ধৰ্ম গুৰু হিচাপেই আৱদ্ধ নাৰাখি তেওঁৰ চিন্তা-চেতনা, সৃষ্টি তথা কৰ্মৰাজিৰ বিভিন্ন দিশসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ তথা সামাজিক সমন্বয় আৰু উত্তৰণত মহাপুৰুষগৰাকীৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে আলোচনা চক্ৰখনি আয়োজন কৰা হয়।

Apply Now

এই অনুষ্ঠানত বিশিষ্ট অতিথি তথা সমল ব্যক্তি হিচাবে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড: প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড: দেৱাশীষ শ‌ইকীয়া আৰু পূব বংশৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: উৎপল নাৰায়ণ গোস্বামী।

শ্ৰীমন্ত শংকৰ একাডেমীৰ পৰিচলনা সমিতিৰ সভাপতি ৰাতুল দাসে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথিসকলক উদ্দেশ্য আদৰণি ভাষণ আগবঢ়ায় শংকৰ জ্যোতি বৈশ্য‌ই।

আলোচনা চক্ৰ খনিত ড:প্ৰাঞ্জল শৰ্মাৰ “”An ecocrtical evaluation of Sankardeva’s Poetry “,  ড: দেৱাশীষ শ‌ইকীয়াৰ ” The Philosophy and Scientific Thoughts of Sri Manta Sankardeva”, লগতে ড: উৎপল নাৰায়ণ গোস্বামীৰ ”  Scientific Perspective of Maati Akhora in Satriya Dance: A Performance” আদি বিষয় কেইটাৰ ওপৰত বিস্তৃত আলোচনা দাঙি ধৰা হয়।

আলোচনা চক্ৰ খনিত  উৎপল নাৰায়ণ গোস্বামী আৰু তেওঁৰ দ্বাৰা পৰিচালিত এটি সাংস্কৃতিক দলে মাটি আখৰাৰ বিজ্ঞানসন্মত কাৰণবোৰ বিশ্লেষণ কৰি এটি উচ্চ পৰ্যায়ৰ live demonstration সকলোৰে আগত প্ৰদৰ্শন কৰি আলোচনা চক্ৰখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে উৎপল নাৰায়ণ গোস্বামী আৰু তেখেতৰ দলটি সংগীত নাটক অকাডেমীৰ আমন্ত্ৰিত সাংস্কৃতিক শিল্পী।

সমল ব্যক্তি ৰূপে উপস্থিত আটাইকেইজন ব্যক্তিয়ে আলোচনা চক্ৰখনিত উপস্থিত প্ৰত্যেক ব্যক্তিবিশেষ, প্ৰতিষ্ঠানৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী সকলোকে মোহাছন্ন কৰি ৰাখে আৰু শংকৰদেৱ গুৰুজনাৰ বিজ্ঞান মনস্তাত্বিকতাক এক সম্যক ৰূপত উপস্থাপন কৰে।

শেষত  প্ৰতিষ্ঠানখনিৰ সহযোগী অধ্যাপক তথা সাংস্কৃতিক সংঘৰ সময়ক ড: স্মৃতি ৰেখা ছন্দ দাসে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে  আমন্ত্ৰিত অতিথি প্ৰমূখ্যে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd