• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চিৰিয়েল কিলাৰ, বহু ৰাজ্যত বহু দলক হত্যা কৰিছেঃ কেজৰিৱাল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 26, 2022 9:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত মহাৰাষ্ট্ৰ দৰেই ঘটনাৰ পুনৰাবৃত্তি ঘটিব বুলি আশংকা কৰি থকাৰ সময়তে আজি কেজৰিৱালে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।কেজৰিৱালে বিজেপিক চিৰিয়েল কিলাৰৰ সৈতে তুলনা কৰি দলটোত তুলাধুনা দিলে। বিজেপিৰ বিৰুদ্ধে আপৰ বিধায়কসকলক হৰ্ছ ট্ৰেডিং কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে।কেজৰিৱালে কয়, “বিজেপিয়ে বহু কেইখন ৰাজ্যৰ চৰকাৰক হত্যা কৰিছে। এইবাৰ তেওঁলোকে দিল্লীৰ ফালে হাত মেলিছে।

উল্লেখ্য বৃহস্পতিবাৰে কেজৰিৱালে দাবী কৰিছিল যে আপৰ কেইবাজনো বিধায়কক বিজেপিত যোগদান কৰিবলৈ কমেও ২০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে। আপৰ সাতজন বিধায়ক ইতিমধ্যে দিল্লীৰ পৰা ‘নিৰুদ্দেশ’ হৈছে। এনে পৰিস্থিতিত, কেজৰিৱালে অহা সোমবাৰে আস্থা ভোট অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

Apply Now

দিল্লীত এক বিশেষ অধিৱেশনত ভাষণ দি কেজৰিৱালে কয়, “মই আস্থাৰ ভোট ল’ব বিচাৰো। মই সকলোকে দেখুৱাব লাগিব যে এজনো আপ বিধায়কে মোক এৰি যোৱা নাই। বিজেপিয়ে কাকো ভাঙিব নোৱাৰিলে। মনীষ চিছোদিয়াৰ বিৰুদ্ধে আবকাৰী গোচৰত তালাচী চলোৱা সন্দৰ্ভত কেজৰিৱালে কয় “মই মনীষৰ ঘৰৰ পৰা ২৫ পইচাও পোৱা নাছিলো। বিজেপিয়ে এতিয়াও তেওঁক ২০ কোটি টকাৰ বিনিময়ত আপ এৰি যাবলৈ প্ৰস্তাৱ দিছিল। যিহেতু মনীষে প্ৰস্তাৱটোত সন্মত হোৱা নাই, বিজেপিয়ে আন বিধায়কসকলৰ ফালে হাত মেলিছে। “

আজি বিজেপিৰ ‘অপাৰেচন লোটাছ’ সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ দিল্লী বিধান সভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল। আপৰ মুৰব্বীগৰাকীয়ে কয় যে বিজেপিয়ে কেইবাখনো ৰাজ্যত চৰকাৰ উৎখাত কৰিছে। এইবাৰ তেওঁলোকৰ লক্ষ্য হৈছে দিল্লী চৰকাৰক উৎখাত কৰা।

দৰাচলতে, বিজেপি চিৰিয়েল কিলাৰৰ দৰে। তেওঁলোকে বিভিন্ন ৰাজ্যৰ চৰকাৰক হত্যা কৰি আছে। বিজেপিয়ে একে পদ্ধতিৰে প্ৰতিখন ৰাজ্যতে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। কেজৰিৱালে লগতে কয় যে যোৱা কেইবছৰমানত বিজেপিয়ে ধনৰ বিনিময়ত ২৭৭ জন বিধায়ক নিজৰ পিনে আনিছে।কেজৰিৱালে এইবুলিও প্ৰশ্ন কৰে যে বিজেপিয়ে বিধায়ক ক্ৰয় কৰিবলৈ ইমান টকা ক’ৰ পৰা পাইছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd