• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইনষ্টাগ্ৰামৰ বন্ধুক বিশ্বাস কৰি বিপদত নাবালিকা : বন্ধ হোটেলত দুদিন ধৰি ধৰ্ষণ সপ্তম শ্ৰেণীৰ ছাত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 10:05 pm
215
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়ংকৰ ৰূপ ল’লে ইনষ্টাগ্ৰামৰ বন্ধুত্বই। লক্ষ্নৌৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ লগত সংঘটিত হ’ল এই ঘটনা।

ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি, তেওঁৰ কন্যাই বিমল যাদৱ নামৰ এজন যুৱকৰ সৈতে ইনষ্টাগ্ৰামত কথা-বতৰা পাতিছিল। এই চিনাকি মোবাইলৰ মেচেজত আৰম্ভ হোৱা বাৰ্তালাপ টেলিফোনিক বাৰ্তালাপলৈ আগবাঢ়িছিল।

Apply Now

যোৱা ২ নৱেম্বৰত নাবালিকা গৰাকীয়ে অভিযুক্ত বিমল যাদৱক সাক্ষাৎ কৰিবলৈ গৈছিল। সাক্ষাৎৰ সময়ত বিমলৰ সৈতে তেওঁৰ দুজন বন্ধু পিয়ুষ মিশ্ৰ আৰু শুভম শুক্লাও আছিল। তিনিও এখন স্ক‘ৰপিঅ‘ এছ ইউ ভি লৈ আহিছিল। বিমলে নাবালিকাগৰাকীক ‘লং ড্ৰাইভ‘লৈ লৈ যোৱাৰ কথা কৈছিল।

ইফালে নাবালিকা গৰাকী গাড়ীত উঠাৰ লগে লগে তেওঁৰ পৰা ফোনটো কাঢ়ি লোৱা হয় আৰু জোৰকৈ এখন হোটেললৈ লৈ যোৱা হয়।

অভিযোগ অনুসৰি, সেই হোটেলৰ কোঠাত দুদিন ধৰি তিনিজন অভিযুক্তই নাবালিকাগৰাকীক বাৰম্বাৰ দলবদ্ধ ধৰ্ষণ কৰে। বাধা দিবলৈ চেষ্টা কৰাত তেওঁক মাৰপিট কৰা হয় আৰু আপত্তি কৰিলে গোপন ভিডিঅ‘ ভাইৰেল কৰি দিয়াৰ ভাবুকিও দিয়া হয়। এইদৰে দুদিন ধৰি চলা অত্যাচাৰৰ পিছত অভিযুক্তকেইজনে নাবালিকাগৰাকীক ঘৰৰ বাহিৰত থৈ গুচি যায়।

এই ঘটনাৰ পিছত নাবালিকাগৰাকী মানসিকভাৱে ভাঙি পৰিছে বুলি মাতৃয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে POCSO ৰ অধীনত গোচৰ ৰুজু কৰিছে।

ইতিমধ্যে দুজন অভিযুক্ত, পিয়ুষ মিশ্ৰ আৰু শুভম শুক্লাক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ মূল অভিযুক্ত বিমল যাদৱ এতিয়াও পলাতক হৈ আছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd