• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানাক্ৰান্তৰ কাষত ক্ৰিয়েশ্ব্যন মোছন পিকচাৰ : মালৈবাৰী আৰু ক্ষেত্ৰীৰ বন্যাৰ্তক সাহায্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 24, 2019 8:30 pm
560
VIEWS
Share on FacebookShare on Twitter

‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে’ এই মহান উক্তি আগত ৰাখি মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত মঙলবাৰে অৰ্থাৎ ২৩ জুলাইত থিয় দিলে ক্ৰিয়েশ্ব্যন মোছন পিকছাৰ নামৰ এক সামাজিক সাংস্কৃতি সংগঠনে। তেওঁলোকৰ লগত সহযোগিতা আগবঢ়ায় বৰঠাকুৰ আই এ এছ একাডেমী আৰু যুৱ বাহিনী অসমে।

বানত বিধ্বস্ত হোৱা লোকসকলে চৰকাৰীভাৱে কিছু পৰিমাণে সাহায্য লাভ কৰিছে যদিও সেয়া পৰ্য্যাপ্ত নহয়। সেয়েহে এনেদৰে বিভিন্ন দল-সংগঠনে নিজাববীয়াকৈ প্ৰচেষ্টা লৈ বানপীড়িত লোকৰ কাষত থিয় হোৱা পৰিলক্ষিত হৈছে।

তিনিওটা গ্ৰুপে মঙলবাৰৰ দিনটোত মালৈবাৰী ক্ষেত্ৰীৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানীকে ধৰি ম’ম বাতি, মেক্স’ আৰু চেনিটেৰী নেফকিন বিতৰণ কৰে।

বানপীড়িত অসহায় লোকক এষাৰি মাত দিয়াৰ উদ্দেশ্যে তেওঁলোকে এই পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে গ্ৰুপৰ এগৰাকী সদস্যই।

তিনিওটা গ্ৰুপৰে এই প্ৰচেষ্টাৰ শলাগ লৈছে ক্ষেত্ৰীৰ মালৈবাৰী অঞ্চলৰ বানপীড়িত লোকে।

উল্লেখযোগ্য যে বানপানীৰ কবলত পৰি নিজৰ ঘৰ-দুৱাৰ, পশুধন হেৰুওৱা লোকসকলৰ মাজত ৰাজ্যৰ বিভিন্ন দল-সংগঠন, এন জি অ’ আৰু ফেন ক্লাবসমূহে সাহায্য প্ৰদানেৰে বানপীড়িতৰ মুখত এমুকুৰা হাঁহি বিৰিঙাবলৈ প্ৰয়াস কৰিছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইতিমধ্যে মহানগৰীৰ ভিন্ন প্ৰান্তত জুবিন ফেন ক্লাব, বেহাৰবাৰী আউটপ’ষ্টৰ অভিনেতা অভিনেত্ৰী আৰু শিল্পীসমাজ একত্ৰিত হৈ বান সাহায্য সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd