• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামৰূপৰ বিভিন্ন প্ৰতিষ্ঠানৰ খালী পদ পূৰণৰ দাবীত এগৰাকী ছাত্ৰৰ একাকী অনশন কাৰ্যসূচী

NE NOW NEWS অক্ষয় প্ৰণব কলিতা
নামৰূপ , August 28, 2018 9:48 pm

1 min read

IMG-20180828-WA0073
75
VIEWS
Share on FacebookShare on Twitter

দিবাকৰ বৰা থেংগাল নামৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষাৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ  এগৰাকীয়ে ৪৮ ঘণ্টীয়া একাকী অনশন কাৰ্যসূচী পালন কৰে। দিবাকৰ বৰাৰ ঘৰ নাহৰকটীয়াৰ সেউজ নগৰত।

ছাত্ৰগৰাকীৰ প্ৰধান দাবী হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কোম্পানী লিমিটেডৰ চতুৰ্থটো কাৰখানা স্থান কৰা আৰু এপিজিচিএল, এপিডিচিএল এইজিচিএলৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদসমূহ পূৰণ কৰাৰ লগতে নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰত খালী থকা পদসমূহ পূৰণ দাবীত অনশন কাৰ্যসূচী পালন কৰে। নামৰূপ-সোণাৰি তিনিআলিত কালি আবেলি ২-০০ বজাৰ পৰা তেওঁ এই অনশন আৰম্ভ কৰিছিল।

নাহৰকটীয়াৰ স্থানীয় বিধায়ক নৰেন সোণোৱালে ছাত্ৰগৰাকীৰ অনশনস্থলী ভ্ৰমণ কৰে। অগপৰ আঞ্চলিক সমিতি, অগপৰ যুৱ পৰিষদ, আছুৰ আঞ্চলিক সমিতি, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ ভট্টাচাৰ্যয়ো দিবাকৰ বৰাক সাক্ষাৎ কৰে।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd