DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চন্দন চক্ৰৱৰ্তীলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা; উৎফুল্লিত গোৱালপাৰাবাসী

নীলমনি শর্মা by নীলমনি শর্মা
September 3, 2021 5:53 pm
Chandan Chakraborty
261
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা পাইকান পূজাৰীপাৰাৰ নিবাসী প্ৰয়াত দূৰ্গা চক্ৰৱৰ্তী আৰু প্ৰয়াত লতিকা চক্ৰৱৰ্তীৰ সন্তান চন্দন চক্ৰৱৰ্তী লৈ এই বেলি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰে৷

টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দন চক্ৰৱৰ্তীক এই বঁটা বাবে নিৰ্বাচিত হোৱা খবৰে  জিলা খনৰ লগতে কৃষ্ণাইবাসী ৰাইজে উৎফুল্লিত হৈ পৰে ৷

২০০১ চনত  টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাবে নিযুক্তি লাভ কৰা চন্দন চক্ৰৱৰ্তীয়ে বিগত দিনবোৰত শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় খনৰ লগতে অঞ্চলটোত এক বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছিল ৷

অকল শিক্ষাই নহয় সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো চন্দন চক্ৰৱৰ্তীৰ আছে এক বিশেষ অৰিহনা।একেধাৰে কবি, নাট্যকাৰ,পৰিচালক, অভিনেতা হিচাবে গোৱালপাৰা জিলাতে সু পৰিচিত চন্দন চক্ৰৱৰ্তী ৷

২০১৩ চনত ভাৰতীয় দলিত সাহিত্য একাডেমিয়ে দিল্লীত ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলশ্বিপ বঁটা, ২০১৮ চনত গোৱালপাৰা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে জিলাৰ কৃতী শিক্ষক হিচাবে বঁটা প্ৰদান কৰাৰ লগতে ২০১৭ চনত সাংস্কৃতিক মহাসভাই শিৱসাগৰত বিশিষ্ট সমাজ কৰ্মী হিচাবে চন্দন চক্ৰৱৰ্তীক বঁটা প্ৰদান কৰিছিল ৷

উল্লেখ্য যে অহা ৫ ছেপ্তেন্বৰত শিক্ষক দিবসৰ দিনাই গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰে গোৱালপাৰাৰ চন্দন চক্ৰৱৰ্তীৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকী কৃতী শিক্ষকক এই বঁটা প্ৰদান কৰিব ৷

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd