• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হাজোত স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰা চাহৰুক খানক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
কামৰূপ , March 29, 2020 4:56 pm

1 min read

0b27c0f2-d7a4-46c6-8d7a-278b322950b8

চাহৰুক খান (ৰঙা চোলা পৰিহিত)। ফটো : নৰ্থ-ইষ্ট নাও

3.5k
VIEWS
Share on FacebookShare on Twitter

২৮ মাৰ্চ অৰ্থাৎ শনিবাৰে কামৰূপ(গ্ৰাম্য) জিলাৰ হাজোত স্বাস্থ্য কৰ্মীক শাৰিৰীকভাৱে আক্ৰমণ কৰা নিকৃষ্টি মানসিকতাৰ যুৱক চাহৰুখ খানক আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

হাজো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে চাহৰুকক।

শনিবাৰে হাজোৰ বৰ্ণিৰ উপ স্বাস্থ্য কেন্দ্ৰৰ পৰা যোৱা এগৰাকী ANM কৰ্মী আৰু মুস্তাফা আলী নামৰ এগৰাকী MPW ৰ কৰ্মচাৰীক বেয়াকৈ মাৰ-ধৰ কৰিছিল চাহৰুক খান নামৰ যুৱক জনে।

উল্লেখ্য যে কিছুদিন পূৰ্বে বিহাৰৰ পৰা নিজৰ ঘৰলৈ অহা চাহৰুক খানক স্বাস্থ্য বিভাগে নিৰীক্ষণত ৰাখি ঘৰতে থকাৰ নিৰ্দেশ দিছিল। কিন্তু যুৱকজনে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অমান্য কৰি ঘৰৰ বাহিৰ ওলোৱাৰ লগতে বজাৰ কৰি ঘূৰি ফুৰিছিল।

এই কথা জানিব পাৰি শনিবাৰে স্বাস্থ্য বিভাগৰ উক্ত কৰ্মচাৰী দুজনে চাহৰুক খানক ঘৰতে থকাৰ বাবে পৰামৰ্শ দিবলৈ গৈছিল। আৰু তেতিয়াই উদণ্ড যুৱকজনে স্বাস্থ্য কৰ্মী দুজনক বেয়াকৈ আক্ৰমণ কৰে।

ক’ৰ’না আতংকৰ সময়ত কৰ্তব্যত ব্ৰতী থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী দুজনক আক্ৰমণ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন লোকে তেওঁৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল।

আৰক্ষী প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে আৰু ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Recent News

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd