• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-ভূটান সীমান্তৰ বিভিন্ন গাঁৱৰ দুখীয়া পৰিয়ালৰ মাজত আৰক্ষীৰ খাদ্য সামগ্ৰী বিতৰণ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , March 30, 2020 6:31 pm

1 min read

IMG_20200330_114031

ফটো : নৰ্থ-ইষ্ট নাও

2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত চলি থকা ২১ দিনীয়া লকডাউনৰ ষষ্ঠ দিনটোত বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ সহ চকীত কৰ্মৰত আৰক্ষীৰ লোক সকলৰ মহানুভৱতাই অঞ্চলটোৰ ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়।

লকডাউনৰ ফলত বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ কুমাৰীকাটা অঞ্চলৰ খাদ্য সংকটত ভোগা দিন হাজিৰা কৰা লোকসকলৰ ঘৰে ঘৰে গৈ আজি কুমাৰীকাটা আৰক্ষীয়ে চাউল, দাইল, আলু, বিস্কুট, মিঠাতেল, ফুলকবি, বন্ধাকবি আদি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰে।

আৰক্ষীৰ দলটোৱে আঙাৰকাটা, ঢেকীয়াবস্তি, বিনোৱাপুৰ আদিকে  ধৰি কেইবাখনো গাঁৱৰ দুখীয়া ৰাইজৰ মাজত এই সমূহ খাদ্য সামগ্ৰী বিতৰণ কৰা বুলি জানিব পৰা যায়।

উল্লেখ্য যে এনে সংকটপূৰ্ণ মূহুৰ্তত অতিকৈ দুখীয়া পৰিয়ালৰ লোক সকলে আৰক্ষীৰ পৰা খাদ্য সামগ্ৰী লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰাৰ লগতে আৰক্ষীৰ ধন্যবাদ জ্ঞাপন কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd