DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত চাঞ্চ্যলকৰ ডকাইতি, বৃদ্ধ দম্পতিক বান্ধি লুটি নিলে নগদ ধন

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 3, 2019 11:51 am
Rob

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

বহুদিন বিৰতিৰ অন্তত পুনৰ চামগুৰিত গা কৰি উঠিছে বিভিন্ন অপৰাধী চক্ৰই। চামগুৰিৰ কঠালগুৰিত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ ডকাইতি কাণ্ডক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।

কঠলাগুৰিৰ ঝাৰুগাঁৱত মাজনিশা দুটাকৈ পৰিয়ালৰ ঘৰত এটা ডকাইতৰ দলে অতৰ্কিতে প্ৰৱেশ কৰি লুটিলে লক্ষাধিক টকাৰ নগদ ধন, ম’বাইল সহ বিভিন্ন যাৱতীয় সা-সম্পত্তি।

হাতে হাতে পিষ্টল লৈ প্ৰায় সাত জনীয়া ডকাইতৰ দলটোৱে প্ৰথমে মাণিক ফাংচ’ নামৰ এহাল দৰিদ্ৰ বৃদ্ধা দম্পতিৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ ভিতৰতে বান্ধি থৈ লুটি নিলে প্ৰায় তিনি হাজাৰ টকা সহ দুটাকৈ ম’বাইল ফোন।

ইয়াৰ পাছত সমীপতে থকা চানিকা মুণ্ডৰ পৰিয়ালৰ ঘৰত ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি এক লাখৰো অধিক টকা লুটি নিয়াৰ লগতে পৰিয়ালটোৰ এজন বৃদ্ধৰ লগতে এগৰাকী যুৱতীক অমানুষিক অত্যাচাৰো চলায়। বৃদ্ধ লোকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে।

ইফালে পুৱা স্থানীয় ৰাইজে নিশা সংঘটিত এই ডকাইতি কাণ্ডৰ বিষয়ে চামগুৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ডকাইতৰ দলটোৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। এই পৰ্যন্ত ডকাইত কেইটাৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

আনহাতে ডকাইতৰ আক্ৰমণত বোয়াকৈ আহত হোৱা বৃদ্ধজনৰ লগতে যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd