• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত তিনিবছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা

NE NOW NEWS এন ই নাও নিউজ
গোলাঘাট , August 23, 2019 5:44 pm

1 min read

rape-pic-12-750x375

প্ৰতিনিধিত্বমূলক ফটো

322
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ শ্যামৰায়পুৰ অঞ্চলৰ এটি তিনি বছৰীয়া কন্যা শিশুক আজি এটা দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। হত্যাৰ চেষ্টা চলোৱা অভিযুক্তজনক কাৰ্তিক গুৱালা বুলি চিনাক্ত কৰা হৈছে।

পিতৃ-মাতৃ কাম কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়তে কাৰ্তিক গুৱালাই তিনি বছৰীয়া কণমানি কন্যা শিশুটিক নিজৰ ঘৰলৈ ফুচুলাই নি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

পিছত পৰিয়ালৰ লোকে কন্যা শিশুটিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে। বৰ্তমান চিকিৎসালয়ত কণমানি কন্যা শিশুটি মৃত্যুৰে যুঁজি আছে বুলি জানিব পৰা গৈছে।

আনহাতে শিশুটিৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত বগিজান আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত কাৰ্তিকক আটক কৰিবলৈ সক্ষম হোৱ নাই। যিহেতু কাৰ্তিক বৰ্তমান পলাতক অৱস্থাত আছে।

ইফালে স্থানীয় ৰাইজে তিনি বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা তথা অভিযুক্ত কাৰ্তিক গুৱালাক অতি শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি দিয়াৰ দাবী তুলিছে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd