DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ বাগৰিত গৃহবন্দী ঢেকীয়াপতীয়া বাঘ : চেতনা নাশক প্ৰয়োগ কৰি উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 15, 2020 8:25 pm
index.jpgkh
318
VIEWS
Share on FacebookShare on Twitter

দুটা দিনৰ শ্বাসৰুদ্ধকাৰী পৰিবেশৰ শেষত আজি কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ সমীপৰ বাঘমাৰী অঞ্চলৰ প্ৰবীণ বৰা নামৰ লোক জনৰ বাসগৃহত আশ্ৰয় লোৱা এজনী ঢেকীয়াপতীয়া বাঘক সফলতাৰে উদ্ধাৰ কৰা হয়৷

বুধবাৰৰ পৰা বাঘমাৰীৰ এটা ঘৰাত প্ৰৱেশ কৰিছিল এজনী ঢেকীয়াপতীয়া বাঘে৷ যাৰবাবে উক্ত ঘৰটোৰ পৰা বাঘজনীক উলিয়াবলৈ অহৰহ প্ৰচেষ্টা চলাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

বুধবাৰৰ দিনা সন্ধিয়ালৈ ওলায় যাব বুলি ভৱা হৈছিল যদিও বানপানীৰ মাজত আৱদ্ধ হৈ থকা বাঘিনীয়ে নিশাটোও উক্ত ঘৰতে থকাৰ বাবে আজি চেতনা নাশক প্ৰয়োগ কৰি বাঘিনীক কৰায়ত্ব কৰা হয়৷

আজি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ চামচুল আলীৰ নেতৃত্বত যোৱা উদ্ধাৰকাৰী দলে স্থানীয় লোক আৰু বনকৰ্মীৰ সহযোগত অতি সফলতাৰে বাঘজনীৰ শৰীৰত চেতনা নাশক প্ৰয়োগ কৰি কৰায়ত্ব কৰে৷

চেতনা নাশক প্ৰয়োগ কৰে ডাঃ চামচুল আলীয়ে৷ কৰায়ত্ব কৰাৰ পাচত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয়৷

সম্প্ৰতি কাজিৰঙাৰ এই কেন্দ্ৰতে পৰ্যবেক্ষণত ৰখা হৈছে ঢেকীয়াপতীয়া বাঘজনীক৷ বাঘজনী এতিয়া সম্পুৰ্ণ বিপদ মুক্ত বুলি জনাইছে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে৷

বাঘজনীক সফলতাৰে কৰায়ত্ব কৰাৰ বাবে স্থানীয় লোক কলিয়াবৰ মহকুমা প্ৰশাসন, আৰক্ষী বনকৰ্মী আৰু পশুচিকিৎসকৰ দলক ধন্যবাদ জ্ঞাপন কৰিছে সঞ্চালক গৰাকীয়ে৷

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd