• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমীয়া চলচ্চিত্ৰপ্ৰেমীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব মহীকান্তক

ডঃ দীপশিখা ভাগবতী by ডঃ দীপশিখা ভাগবতী
February 19, 2022 12:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজু ফুকন৷ তেখেতৰ “মন হীৰা দৈ”(বোৱাৰী, ১৯৭৯) ৰ সেই উচ্চাসিত, সুদৰ্শন, ৰোমান্টিক হিৰ’জন, #অৰণ্য ( ১৯৭১) ৰ গহীন অভিনেতা গৰাকী আৰু অতি বিশেষকৈ “অগ্নিস্নান”(১৯৮৫)ৰ “মহীকান্ত” ৰ বেঞ্চমাৰ্ক এপিক চৰিত্ৰৰ প্ৰটাগনিষ্টজনৰ বৈচিত্ৰ্যময় প্ৰদৰ্শনে সদায় এক হেলুচিনেট’ৰী বিভ্ৰান্তিৰে মুগ্ধ কৰি আহিছে৷

“মহীকান্ত”ৰ চৰিত্ৰৰ স্বেচ্চাচাৰী মেলচ’ভিনিজম্ আৰু অহংকাৰৰ সাৱলীল অলংকাৰক বিজু ফুকনে তেখেতৰ স্বাক্ষৰ অভিনয়ৰ প্ৰদৰ্শনেৰে এক অনন্য মাত্ৰাৰে সমৃদ্ধ কৰিছিল আৰু অতি উল্লেখযোগ্যভাবে “মহীকান্ত”ই বিজু ফুকনক এজন শক্তিশালী হিৰ’ইক এন্টি হিৰ’ৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল, যি অসমীয়া চিনেমাত এক নব্য ধাৰাৰ সংযোজন ঘটাইছিল৷

Apply Now

ড• ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ দৰে সংবেদনশীল পৰিচালকৰ বৃত্তভঙা, অফ্ বিট চিন্তাধাৰা আৰু দক্ষ পৰিচালনা, দীৰ্ঘদিনীয়া ষ্টেৰিওটাইপ “গুড মেন”ৰ লেটাক আজুৰি ভাঙি সুদৰ্শন বিজু ফুকনৰ চৰিত্ৰটোত বিলীন হৈ যোৱা প্ৰদৰ্শন আৰু তাৰ সকলো মদমত্ত ঋণাত্মকতাক উদ্ভাষিত কৰি মলয়া গোস্বামীৰ “বিতৰ্কিত ভালত্ব আৰু সাহসৰ” বিপৰীত কেনভাচে “মহীকান্ত”ক এক স্মৰণীয় চৰিত্ৰৰ মৰ্যদা দিলে৷ নহলে হয়তো ৰক্ষণশীল অসমীয়া দৰ্শকে এজন “সুৰাসক্ত, মদগৰ্বী,অহংকাৰী, নাৰীৰ প্ৰতি দুৰ্বল” মানুহক হিৰ’ৰ মৰ্যদা দিবলৈ বহুত চিন্তা কৰিলেহেঁতেন৷

মহীকান্ত অৰ্থাত বিজু ফুকনক আজিও দৰ্শকে এন্টি হিৰ’ ৰূপী হিৰ’ হিচাপেই মনত ৰাখিছে, যেন এই বাৰান্ডাৰে ৰজাৰ দৰে খোজ কাঢ়ি গ’ল, এই দেউকীলালৰ ঘোঁৰাবাগীত উঠিল, প্ৰথম পত্নীৰ বৰ্তমানতে দ্বিতীয় পত্নীক আনিও অলপো পশ্চাতাপৰ যাৰ চিন মোকাম নাই, এই যেন কৈ উঠিল,” মই তোক বাপেৰৰ ঘৰলৈ খেদি দিছো নে কি? নাই দিয়া৷ মই কেতিয়া কাৰ লগত শুম, সেইটো মই থিক কৰিম৷ মোৰ খুচী”৷

যেনেকৈ অনবদ্য লিপ্ ৰেন্ডিশ্যনৰ যাদুৱে “মন হীৰা দৈ” বুলি ক’লেই প্ৰথমে বিজু ফুকনৰ ইমেজটোকেই মনলৈ আনে, ঠিক তেনেকৈ শইকীয়া ছাৰৰ উদযাপিত মানসপুত্ৰ “অগ্নিস্নান” আৰু তাত বিজু ফুকনৰ সমৃদ্ধ, উৎসৰ্গিত অভিনয়েৰে মহীকান্ত ভাৰতীয় চিনেমাৰ এজন স্মৰণীয় হিৰ’ৰূপী এন্টি হিৰ’ হৈ ৰ’ব৷

যেনেকৈ “ন’ কান্ট্ৰি ফৰ অ’ল্ড মেন”(২০০৭)ত হিৰ’ ৰূপী এন্টি হিৰ’ জেভিয়েৰ বাৰ্ডেমৰ ভয়ংকৰ সুন্দৰ অভিনয়ক চিত্ৰপ্ৰেমীয়ে সহজে পাহৰিব নোৱাৰে৷

“তোমাৰ কপালতে দিলোঁ মৰমেৰে
ৰঙা তিলক এটি যাউতিযুগীয়া
সেয়ে হব জীৱনৰ শান্তিৰ পবিত্ৰ সুধা
হওঁ যদি কেতিয়াবা অকলশৰীয়া” ( ঘৰ সংসাৰ)
অসমীয়া চলচ্চিত্ৰপ্ৰেমীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব মহীকান্তক৷

ডঃ দীপশিখা ভাগবতী

ডঃ দীপশিখা ভাগবতী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd