DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিবিৰত কষ্ট পোৱাৰ বাবেই পলাই আহি আত্মসমৰ্পণ আলফা (স্বা) সদস্যৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 11, 2019 8:46 am
শিবিৰত কষ্ট পোৱাৰ বাবেই পলাই আহি আত্মসমৰ্পণ আলফা (স্বা) সদস্যৰ
750
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত আজি এজন আলফা (স্বা)ৰ সদস্যই চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

আত্মসমৰ্পণ কৰা আলফা (স্বা)ৰ সদস্যজনক সোণাৰিৰ হাওফাও গাঁৱৰ বাসিন্দা সোণেশ্বৰ গগৈৰ পুত্ৰ বিমান গগৈ ওৰফে জিৎ অসম বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং হাওফাও গাঁৱৰ বাসিন্দা প্ৰাক্তন সেনা জোৱান টেপুৰাম গগৈৰ ঘৰত পুৱা আলফা(স্বাধীন)ৰ সদস্য জিৎ অসমে ভাত খাবলৈ বিচাৰে আৰু ভাত খাই জিৎ অসমে টেপুৰাম গগৈৰ বাৰীৰ বাঁহনিত লুকাই আছিল।

সেই সময়তে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আলফা (স্বা)ৰ সদস্য জিৎ অসমে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

উল্লেখযোগ্য যে প্ৰায়  এক বছৰৰ পূৰ্বে আলফাত যোগদান কৰা জিৎ অসমক সোণাৰি আৰক্ষী থানাত জিলাখনৰ শীৰ্ষ বিষয়া সকলে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে আত্মসমৰ্পণকাৰী আলফা (স্বা) সদস্য জিৎ অসমে আলফা শিবিৰত কষ্ট পোৱাৰ বাবেই শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পণ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

Recent News

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd