• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কাজিৰঙাত টুৰিষ্ট গাইডৰ সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসুচী

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 22, 2022 6: 59 am
in অসম, উত্তৰ-পূব
0
শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কাজিৰঙাত টুৰিষ্ট গাইডৰ সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসুচী
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ কহঁৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে সপ্তাহ জোৰা টুৰিষ্ট গাইডৰ প্ৰশিক্ষণৰ কাৰ্যসুচী ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা শতবৰ্ষ সমাৰোহ কেন্দ্ৰত দেওবাৰে পুৱাৰে পৰা আয়োজিত এই প্ৰশিক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৫৫ মুঠ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে ১৬ গৰাকী টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: অহা নাই এম্বুলেন্স, ঠেলাত আনিলে অসুস্থ ৰোগী! বাতৰি কৰা তিনি সাংবাদিকৰ বিৰুদ্ধে দাখিল এজাহাৰ

পুৱা প্ৰশিক্ষণ কাৰ্যসুচীত কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ’ ৰমেশ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সভাপতি কমল গগৈ, কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, জীপ চাফাৰী সন্থাৰ বিষয় ববীয়াৰ   উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ উচ্চ পদস্থ বন বিষয়া সকল উপস্থিত থাকে ৷ 

ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা টুৰিষ্ট গাইড প্ৰশিক্ষণৰ সপ্তাহ জোৰা এই কাৰ্যসুচী আনুষ্ঠানিকভাৱে উদ্যোধন কৰে কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

টুৰিষ্ট গাইড প্ৰশিক্ষণৰ প্ৰথম দিনৰ কাৰ্যসুচীত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি সোনাপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা স্বপ্না মেধি বৰদলৈয়ে টুৰিজিম আৰু ইক’ টুৰিজিমৰ বিষয়ে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে ৷

লগতে পঢ়ক: সৰ্বনাশ কাণ্ড! ৱেব চিৰিজ চাই বন্দুক ক্ৰয় কৰিলে এজন কিশোৰে; বন্ধুবৰ্গক ভয় খুৱাবলৈ গৈ হ’ল গ্ৰেপ্তাৰ

উল্লেখ্য যে সপ্তাহ জোৰা এই প্ৰশিক্ষণত অসমৰ পৰ্যটনৰ সৈতে জড়িত কেইবাগৰাকী গৱেষকে সমল ব্যক্তি হিচাবে প্ৰশিক্ষণ প্ৰদান কৰিব ৷

অহা ২৭ আগষ্টৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সৌজন্যত আয়োজিত সপ্তাহ জোৰা এই টুৰিষ্ট গাইড প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am
অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

August 13, 2025 10: 30 am
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

August 13, 2025 9: 30 am
উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

August 13, 2025 9: 29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am
অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

August 13, 2025 10: 30 am

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd