DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঢোল পাহাৰত ‘বিষক্ৰিয়া’ৰ ফলত বনৰীয়া হাতীৰ মৃত্যু

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 16, 2019 9:49 am
Elephant dead body

ফটো : নৰ্খ-ইষ্ট নাও

948
VIEWS
Share on FacebookShare on Twitter

অসমত অব্যাহত আছে হাতী আৰু মানুহৰ মাজত চলি থকা সংঘাত। হাতী আৰু মানুহৰ সংঘাতৰ পৰিণতিত নগাঁও জিলাৰ চামগুৰিত এটা বনৰীয়া হাতীয়ে প্ৰাণ হেৰুওৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চামগুৰিৰ নিকটৱৰ্তী নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী উদমাৰিৰ ঢোল পাহাৰত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ মৃতদেহ আজি পুৱাই স্থানীয় লোকে দেখে। লগে লগে উদমাৰি উপ-খণ্ড বন বিভাগৰ লোকক ৰাইজে খবৰ দিয়াৰ পিছতেই ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

খাদ্যত বিষক্ৰিয়া হৈয়ে হাতীটোৱে মৃত্যুক আকোঁৱালি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি স্পষ্ট কৰে বন বিভাগে।

উল্লেখ্য যে, মৃত বনৰীয়া হাতীটোৱে দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিছে।

ইফালে দ্বিজু সংৰক্ষিত বনাঞ্চলৰ পৰা বুধবাৰে বিয়লি এটা বৃহৎ বনৰীয়া হাতীৰ জাক শালনা হৈ চামগুৰিৰ নিকটৱৰ্তী নগাঁও-কাৰ্বিআংলং সীমামূৰীয়া অঞ্চললৈ অগ্ৰসৰ হৈছে বুলিও জানিবলৈ দিছে বন বিভাগৰ লোকে। তদুপৰি বনৰীয়া হাতীৰ বিৰুদ্ধে আগন্তুক দিনত ব্যাপক তৎপৰতা গ্ৰহণ কৰিব বুলি বনবিভাগে উল্লেখ কৰে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd