• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ ৰাজপথত গজৰাজৰ মুক্ত বিচৰণ : জি এছ ৰোডত সৃষ্টি হৈছে তীব্ৰ যানজঁট

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 30, 2019 6:58 pm

2 min read

fdb3d1f0-eaab-4bb9-a955-e5b15bc75aeb

মহানগৰীৰ ৰাজপথত গজৰাজৰ বিচৰম। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ ৰাজপথত আজি পুৱাৰে পৰা মুক্তভাৱে বিচৰণ কৰিছে এটা বনৰীয়া হাতীয়ে। গোটেই দিনটো মহানগৰীৰ ভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি হাতীটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

আজি পুৱাৰ ভাগত প্ৰথমে ছয়মাইল,পাঞ্জাবাৰী হৈ উপস্থিত হয় বৰবাৰী অঞ্চলত। বৰবাৰীৰ কাঞ্চন নগৰ পাহাৰত কিছু সময় ধৰি বিচৰণ কৰে বনৰীয়া হাতীটোৱে। হাতীটো আমচাং বনাঞ্চলৰ পৰা ওলাই মহানগৰীলৈ অহা বুলি অনুমান কৰা হৈছে।

24de26ec-6bf2-4a1b-b012-1d21e721a355
শেহতীয়াভাৱে মহানগৰীৰ এবিচি অঞ্চলত অৱস্থান কৰি থকা হাতীটো। ফটো : নৰ্থইষ্ট নাও

ইপিনে, বন বিভাগৰ লোক হাতীটোৰ পাছে পাছে পুৱাৰে পৰা ব্যস্ত হৈ আছে। বৰবাৰী কাঞ্চন নগৰ পাহাৰৰ পৰা হাতীটোৱে দিক্ বিদিক হেৰুৱাই প্ৰথমে গণেশগুৰি আৰু তাৰ পাছতে জি এছ ৰোডত প্ৰৱেশ কৰে।

জি এছ ৰোডৰ খ্ৰীষ্টানবস্তি হৈ হাতীটো বৰ্তমান ভঙাগড় অভিমুখে আগুৱাই গৈছে। বৰ্তমানলৈকে হাতীটোৱে একো ক্ষয় ক্ষতি কৰা নাই বুলি জানিব পৰা গৈছে। বৰ্তমান হাতীটো এ বি চিৰ ৰাজীৱ ভবনৰ সন্মুখত উপস্থিত হৈছে।

আনহাতে, হাতীটোৰ বিচৰণৰ ফলত সন্ধিয়াৰ সময়ছোৱা জি এছ ৰোডত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ। বিশেষকৈ খানাপাৰা আৰু বেলতলাৰ পৰা পল্টনবজাৰ অভিমুখী সকলো বাহন ভঙাগড়লৈকে আবদ্ধ হৈ পৰিছে। তদুপৰি, জিএছ ৰোডৰ পথাচাৰীৰ মাজত হাতীটোক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইতিমধ্যে, হাতীটোক ধৰিবলৈ তিনিটা হাতী লগত লৈ হস্তী বিশেষজ্ঞ দুদুল চৌধুৰী ঘটনাস্থলীলৈ ৰাওনা হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd