• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত গৰ্ভৱতী মহিলাসহ আহত তিনিজন

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , October 23, 2019 8:34 pm

1 min read

চামগুৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত গৰ্ভৱতী মহিলাসহ আহত তিনিজন
714
VIEWS
Share on FacebookShare on Twitter

বন্যহস্তীয়ে নহয়, এইবাৰ বনৰীয়া গাহৰিয়েহে অঘটন ঘটালে নগাঁও জিলাৰ চামগুৰিত। চামগুৰিৰ লাওখোৱাৰ অন্তৰ্গত ৬ নং ভগামুখত আজি দিনত এটা বনৰীয়া গাহৰিয়ে প্ৰবেশ কৰি চলাই চূড়ান্ত উপদ্ৰৱ।

বনৰীয়া গাহৰিটোৱে অতৰ্কিতে আক্ৰমণ চলাই গুৰুতৰভাৱে আহত কৰে গাওঁখনৰ এগৰাকী গৰ্ভৱতী মহিলাসহ ভজু মণ্ডল আৰু চিৰঞ্জীৱ মণ্ডল নামৰ আন দুজনকৈ লোকক।

পৰৱৰ্তী সময়ত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চৰ জৰিয়তে সংকটজনক অৱস্থাত জখলাবন্ধালৈ প্ৰেৰণ কৰা হয় গুৰুতৰভাৱে আহত মিনতি মণ্ডল নামৰ গৰ্ভৱতী মহিলা গৰাকীক।

সমীপৰ লাওখোৱা বন্য প্ৰাণী অভয়াৰণ্যৰ পৰা দুপৰীয়া ভাগত বনৰীয়া গাহৰিটো ওলাই আহিছিল বুলি স্থানীয় ৰাইজে সদৰি কৰিছে।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাটোৰ বিষয়ে বন বিভাগক ততাতৈয়াকৈ অৱগত কৰাৰ পিছতো ঘটনাস্থলীত পলমকৈহে বন বিভাগৰ লোক উপস্থিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd