• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছত মৃত্যু এগৰাকী মহিলাৰ

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , August 8, 2019 3:53 pm

1 min read

20190808_134356

ফটো : নৰ্থ-ইষ্ট নাও

5.9k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত এতিয়া বিভীষিকাৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। ইয়াৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱা মৃত্যু হৈছে এগৰাকী মহিলাৰ।

বিগত প্ৰায় দুমাহ ধৰি পুৰণিগুদাম হাতীগাৱঁৰ ননী শৰ্মা নামৰ ৬২ উৰ্ধ্বৰ মহিলাগৰাকী বিশেষ ৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ দিচপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও শেহতীয়াকৈ চিকিৎসকে মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল বুলি জানিবলৈ দিছিল।

পৰৱৰ্তী সময়ত মহিলাগৰাকীক দিচপুৰ হস্পিতালৰ লগতে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছিল যদিও বৃহস্পতিবাৰে পুৱা মৃত্যুৰ ওচৰত হাৰ মানিব লগীয়া হয় মহিলাগৰাকীয়ে।

ইফালে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ হাতীগাঁৱত নগাঁও জিলাৰ স্বাস্থ্য বিভাগে এই ৰোগে যাতে মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে একাংশ স্থানীয় ৰাইজে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd