DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেতেলীয়াত পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী মহিলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 7:57 am
bus accident

গুৱাহাটীৰ জালুকবাৰীৰ সমীপত দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। ফটো : নৰ্থইষ্ট নাও

1.8k
VIEWS
Share on FacebookShare on Twitter

পথ সুৰক্ষাক লৈ  প্ৰশাসনে সজাগতা অভিযান চলালেও হ্ৰাস হোৱা নাই ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা। দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হোৱাৰ বিপৰীতে প্ৰতিদিনে বৃদ্ধি পাবলৈ হে ধৰিছে।

সোমবাৰে গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ সমীপৰ তেতেলীয়াত সংঘটিত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত প্ৰতিভা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

ঘটনাৰ বিবৰণী অনুসৰি,  মহিলাগৰাকীয়ে তেতেলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ চেষ্টা কৰাৰ সময়তে বৰাগাঁৱৰ ফালৰ পৰা জালুকবাৰী অভিমুখে আহি থকা এচ-০১-এইচ চি-৬৭০১ নম্বৰৰ এখন দ্ৰুতবেগী ভ’লভো বাচে মহিলাগৰাকীক মহতিয়াই লৈ যায়।

দুৰ্ঘটনাটোত গৰুতৰভাবে আহত হয় মহিলা গৰাকী। স্থানীয় ৰাইজে সংকটজনক অৱস্থাত তেওঁক ওচৰৰ এক্সেল কেয়াৰ হাস্পাতালত ভৰ্তি কৰে যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে মহিলা গৰাকীক মৃত্য বুলি ঘোষণা কৰে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে। স্থানীয় ৰাইজে মৃত মহিলাগৰাকীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছে।

Recent News

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd