• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষ*ণ গোচৰত দোষী জ্ঞানশেখৰণক ৩০ বছৰৰ কাৰাদণ্ড মহিলা আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 2:36 pm
আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষ*ণ গোচৰত দোষী জ্ঞানশেখৰণক ৩০ বছৰৰ কাৰাদণ্ড মহিলা আদালতৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা জ্ঞানশেখৰণক চেন্নাইৰ মহিলা আদালতে ৩০ ‎বছৰৰ কাৰাদণ্ড বিহিছে। সোমবাৰে মহিলা আদালতৰ ন্যায়াধীশ এম ৰাজালক্ষ্মীয়ে এই শাস্তি ঘোষণা কৰে। ‎মন কৰিবলগীয়া যে চাৰিদিন পূৰ্বে জ্ঞানশেখৰণক ধৰ্ষণকে ধৰি ১১টা অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল। ‎আজি তেওঁক নূন্যতম ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। কাৰাদণ্ডৰ উপৰিও বিশেষ আদালতে ‎জ্ঞানশেখৰণক ৯০ হাজাৰ টকা জৰিমনা বিহে।

‎প্ৰসংগক্ৰমে, তামিলনাডুৰ বিৰোধী দলসমূহে ইয়াৰ পূৰ্বে অভিযোগ কৰিছিল যে তেওঁৰ শাসকীয় ডি এম কে ‎বিশেষকৈ উপ-মুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। ২৪ ডিচেম্বৰত ভুক্তভোগী ‎মহিলাগৰাকীয়ে কোট্টাপুৰম মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত ছানীয়ে কয় যে ‎জ্ঞানশেখৰণে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল। যুৱতীগৰাকীয়ে সন্ধিয়া পুৰুষ বন্ধুৰ সৈতে বিশ্ববিদ্যালয় ‎চৌহদত ঘূৰি ফুৰিছিল। সেই সময়ত জ্ঞানশেখৰণে ভাবুকি দি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰে ‎ছানীয়ে।

অৱশেষত বিচাৰ প্ৰক্ৰিয়াত প্ৰমাণ থ’ল যে জ্ঞানশেখৰণে কেৱল ধৰ্ষণ আৰু ভাবুকি দিয়াই নহয়, ঘটনাটো ‎তেওঁৰ মোবাইল ফোনতো ৰেকৰ্ডিং কৰে। ২৬ ডিচেম্বৰত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ পোৱাৰ পিছতে ‎মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গোচৰটোৰ তদন্তৰ বাবে সৰ্বমহিলা বিশেষ অনুসন্ধান দল (SIT) গঠন কৰে।২৪ ফেব্ৰুৱাৰীত এছ আই টিয়ে তদন্ত সম্পূৰ্ণ কৰি আদালতত ১০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে। যোৱা ৭ ‎মাৰ্চত এই গোচৰটো মহিলা আদালতলৈ হস্তান্তৰ কৰা হয়। তাতেই জ্ঞানশেখৰণৰ বিৰুদ্ধে অপৰাধমূলক ‎উদ্দেশ্য, অবৈধ প্ৰৱেশ, অশ্লীল আক্ৰমণ, মহিলাক অপহৰণ, ধৰ্ষণ, তথ্য প্ৰযুক্তি আইন আৰু তামিলনাডু ‎মহিলাৰ ওপৰত অত্যাচাৰ প্ৰতিৰোধ আইন আদিৰ অপৰাধাত শাস্তি বিহা হয়।

Tags: AnnaUniversityCaseChennaiNewsDMKGnanasekaranIndiaNewsJusticeServedMadrasHighCourtRapeVerdictSITInvestigationTamilNaduCrimeUdhayanidhiStalinWomensCourt
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd