• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষ*ণ গোচৰত দোষী জ্ঞানশেখৰণক ৩০ বছৰৰ কাৰাদণ্ড মহিলা আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 2:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা জ্ঞানশেখৰণক চেন্নাইৰ মহিলা আদালতে ৩০ ‎বছৰৰ কাৰাদণ্ড বিহিছে। সোমবাৰে মহিলা আদালতৰ ন্যায়াধীশ এম ৰাজালক্ষ্মীয়ে এই শাস্তি ঘোষণা কৰে। ‎মন কৰিবলগীয়া যে চাৰিদিন পূৰ্বে জ্ঞানশেখৰণক ধৰ্ষণকে ধৰি ১১টা অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল। ‎আজি তেওঁক নূন্যতম ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। কাৰাদণ্ডৰ উপৰিও বিশেষ আদালতে ‎জ্ঞানশেখৰণক ৯০ হাজাৰ টকা জৰিমনা বিহে।

‎প্ৰসংগক্ৰমে, তামিলনাডুৰ বিৰোধী দলসমূহে ইয়াৰ পূৰ্বে অভিযোগ কৰিছিল যে তেওঁৰ শাসকীয় ডি এম কে ‎বিশেষকৈ উপ-মুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। ২৪ ডিচেম্বৰত ভুক্তভোগী ‎মহিলাগৰাকীয়ে কোট্টাপুৰম মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত ছানীয়ে কয় যে ‎জ্ঞানশেখৰণে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল। যুৱতীগৰাকীয়ে সন্ধিয়া পুৰুষ বন্ধুৰ সৈতে বিশ্ববিদ্যালয় ‎চৌহদত ঘূৰি ফুৰিছিল। সেই সময়ত জ্ঞানশেখৰণে ভাবুকি দি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰে ‎ছানীয়ে।

Apply Now

অৱশেষত বিচাৰ প্ৰক্ৰিয়াত প্ৰমাণ থ’ল যে জ্ঞানশেখৰণে কেৱল ধৰ্ষণ আৰু ভাবুকি দিয়াই নহয়, ঘটনাটো ‎তেওঁৰ মোবাইল ফোনতো ৰেকৰ্ডিং কৰে। ২৬ ডিচেম্বৰত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ পোৱাৰ পিছতে ‎মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গোচৰটোৰ তদন্তৰ বাবে সৰ্বমহিলা বিশেষ অনুসন্ধান দল (SIT) গঠন কৰে।২৪ ফেব্ৰুৱাৰীত এছ আই টিয়ে তদন্ত সম্পূৰ্ণ কৰি আদালতত ১০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে। যোৱা ৭ ‎মাৰ্চত এই গোচৰটো মহিলা আদালতলৈ হস্তান্তৰ কৰা হয়। তাতেই জ্ঞানশেখৰণৰ বিৰুদ্ধে অপৰাধমূলক ‎উদ্দেশ্য, অবৈধ প্ৰৱেশ, অশ্লীল আক্ৰমণ, মহিলাক অপহৰণ, ধৰ্ষণ, তথ্য প্ৰযুক্তি আইন আৰু তামিলনাডু ‎মহিলাৰ ওপৰত অত্যাচাৰ প্ৰতিৰোধ আইন আদিৰ অপৰাধাত শাস্তি বিহা হয়।

Tags: AnnaUniversityCaseChennaiNewsDMKGnanasekaranIndiaNewsJusticeServedMadrasHighCourtRapeVerdictSITInvestigationTamilNaduCrimeUdhayanidhiStalinWomensCourt
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd