DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এক বিস্ময়কৰ বালক! চকুত ক’লা কাপোৰ বান্ধিয়ে পঢ়িব পাৰে কিতাপ; কোন এই বিস্ময় বালক?

চকু বান্ধি মোবাইল স্পৰ্শ কৰিয়ে গেলাৰীত কাৰ ফ'টো উলিওৱা হৈছে ক'ব পাৰে বিস্ময়কৰ বালকজনে

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
May 31, 2021 2:30 pm
Kaliabor11
440
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ এজন বিস্ময়কৰ শিশু। মাত্ৰ এঘাৰ বছৰীয়া এজন ছাত্ৰৰ চমক। চকু বান্ধি অনায়াসে পঢ়িব পাৰে কিতাপ। স্পৰ্শ কৰিয়ে ক’ব পাৰে আপুনি দিয়া কাৰ্ডখনৰ বৰণ। ছাত্ৰজনৰ এনে বিস্ময়কৰ কৰ্মই এতিয়া সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে।

কলিয়াবৰৰ ষষ্ঠ শ্ৰেণীৰ এই বিস্ময়কৰ ছাত্ৰজন হৈছে নমস্য পল্লৱ কাশ্যপ। মাত্ৰ এঘাৰ বছৰ বয়সতে চকু বান্ধি অনায়াসে কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়িব পৰাৰ লগতে স্পৰ্শ কৰিয়ে ক’ম পাৰে ম’বাইলৰ গেলাৰীত কাৰ ফটো উলিয়াই দিয়া হৈছে।

কলিয়াবৰৰ আখিৰঙা গাঁৱৰ দীপাংক পল্লৱ শইকীয়া আৰু ৰীতামনি শইকীয়া পুত্ৰ নমস্য পল্লৱ কাশ্যপৰ এনে পাৰদৰ্শিতাই এতিয়া সকলোকে আচম্বিত কৰি তুলিছে।

উল্লেখযোগ্য যে মাত্ৰ সাত বছৰ বয়সত কলিয়াবৰৰ কুঁৱৰীটোলত অহা দিৱ্য কাউনঞ্চিলিং প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোত এবছৰীয়া কৰ্মশালা কৰিছিল নমস্যই।

ইয়াৰ পিছৰে পৰা চকু বান্ধি অনায়াসে সকলো বস্তু হাতৰ স্পৰ্শতে ক’ব পৰা হৈ উঠে নমস্যই।

বৰ্তমান কেন্দ্ৰীয় বিদ্যালয় চেণ্টেল ইউনিৰ্ভাচিটি তেজপুৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ নমস্যৰ এনে সাফল্যত গৌৰাম্বিত পিতৃ-মাতৃ।

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd