DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কদৰ্য! দেউতাকৰ বাবে অক্সিজেন চিলিণ্ডাৰ বিচাৰি যৌনপ্ৰস্তাৱ লাভ কৰিলে এগৰাকী যুৱতীয়ে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2021 2:18 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

629
VIEWS
Share on FacebookShare on Twitter

ক’ভিডত আক্ৰান্ত দেউতাকৰ বাবে অক্সিজেন চিলিণ্ডাৰ বিচাৰি এগৰাকী যুৱতী এজন চুবুৰীয়াৰ ঘৰলৈ গৈছিল।

চুবুৰীয়াজনে ক’লে যে তেওঁ চিলিণ্ডাৰ যোগান ধৰি দিব পাৰিব, কিন্তু তাৰ বিনিময়ত যুৱতীগৰাকীৰ স’তে যৌনসম্ভোগত লিপ্ত হ’ব লাগিব।

এই অমানৱিক ঘটনাটো সংঘটিত হৈছে ঊৰিষ্যাত।

ভাবৰিন কাণ্ডাৰী নামৰ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যমত জনাইছে তেওঁৰ এজন বন্ধুৰ ভগ্নী এই কদৰ্য অভিজ্ঞতাৰ মুখামুখি হৈছে।

My friend’s sister like my baby sister was asked by a neighbour in an elite colony to sleep with him for an oxygen cylinder that she desperately needed for her father;

What action can be taken because the b* will obviously deny, no?#HumanityIsDead

— Bhavreen Kandhari (@BhavreenMK) May 11, 2021

ঘটনাটো ঘটিছে ঊৰিষ্যাৰ এক অভিজাত অঞ্চলত।

ভাবৰিনে টুইটযোগে আক্ষেপ কৰিছে যে মানৱতা এতিয়া মৃত।

টুইটটো বৰ্তমান ভাইৰেল হৈ পৰিছে।

বহুলোকে টুইটটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে উক্ত লোকজনৰ সন্ধান কৰি তেওঁক উচিত শাস্তি প্ৰদান কৰা উচিত।

Recent News

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd