• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না সংকটৰ সময়ত গোলাঘাটৰ যুৱক বিশ্বজিৎ গগৈয়ে পদূলিয়ে পদূলিয়ে যোগান ধৰিছে পুষ্টিকৰ খাদ্য

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 31, 2021 11:57 am
Biswajit Gogoi

কৰ'না সংকটৰ সময়ত গোলাঘাটৰ উদ্যমী যুৱক বিশ্বজিৎ গগৈয়ে আৰ্তজনক আগবঢ়াইছে সহায়ৰ হাত। ফটো: নর্থইষ্ট নাও।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আনৰ দুখত  কান্দিব পাৰিলে / কান্দোনতো সুখ পায়….. হ’য়। এজন যুৱকৰ ক্ষেত্ৰত এই বাক্যশাৰী সম্পূৰ্ণৰূপে সঁচা প্ৰমাণিত হ’ল।

কৰ’না কালৰ এই সংকটত আজি সম্বলহীন ৰাজ্যবাসী। যিহেতু কৰ’নাক প্ৰতিহত কৰিবলৈ সমগ্ৰ ৰাজ্যতে চলিছে আংশিক লকডাউন।

Apply Now

কৰ’নাৰ প্ৰথমটো ঢৌৰ দৰে এইবাৰো এজনে আনজনক হাতত ধৰি কৰ’নাৰ যুদ্ধত অৱতীৰ্ণ হৈছে।  গোলাঘাটতো কৰ’ণা সংক্ৰমণৰ এই  জটিল সন্ধিক্ষণত মানুহৰ  বাবে ওলাই আহিছে এজন উদ্যমী যুৱক।

সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী তথা গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিশ্বজিৎ গগৈয়ে লৈছে এক বিশেষ পদক্ষেপ।

তেওঁ যোৱা সাত দিন ধৰি ক’ভিডত আক্ৰান্ত হৈ গৃহবন্দী হৈ  থকা লোকসকলক সম্পূৰ্ণ ব্যক্তিগতভাৱে যোগান ধৰিছে খাদ্যৰ টিফিন।

গোলাঘাট নগৰ তথা ওচৰে পাজৰে নিতৌ ক’ভিড আক্ৰান্ত লোক সকলৰ পদূলিৰ সন্মুখে সন্মুখে যোগান ধৰিছে পুষ্টিকৰ খাদ্য। লগতে তেওঁ গোলাঘাট নগৰৰ পদপথত বাস কৰা লোকসকলকো এই মহামাৰীৰ সময়চোৱাত যোগান ধৰিছে দুপৰীয়াৰ আহাৰ, মাস্ক।

উল্লেখ্য যে, সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বিশ্বজিৎ গগৈয়ে আগবঢ়োৱা সহায়ক এতিয়া  গোলাঘাটবাসীয়ে আদৰণি জনোৱাৰ লগতে প্ৰশংসাৰে উপচাই পেলোৱা দেখা গৈছে।

কিয়নো যিটো সময়ত সমাজৰ একাংশ লোকৰ  সামৰ্থ থাকিও সহায় কৰা মানসিকতাৰ অভাৱ, তেনে সময়ত এইজন উদ্যমী যুৱকে নিজৰ  কিঞ্চিৎ সামৰ্থৰে যোৱা এটা সপ্তাহ ধৰি মানুহৰ বাবে সহায়ৰ এখনি হাত আগবঢ়াই আহিছে।

আজি সাংবাদিকৰে হোৱা মুখামুখিত তেওঁ উল্লেখ কৰে যে এইখিনি কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী। এই দুৰ্যোগৰ সময়ত তেওঁ সমাজৰ বাবে অলপ হ’লেও অৱদান আগবঢ়াই নিজকে আজি  ধন্য মানিছে।

Tags: COVID-19
মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd