• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোৰাণক অপমান কৰাৰ বাবে ছুইডেনত এজন যুৱকক হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 7:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুইডেনত পবিত্ৰ কোৰআনক অপমান কৰা যুৱক ছালৱান মমিকাক গুলীয়াই হত্যা কৰা হয়। কালি বুধবাৰে সংঘটিত হৈছে এই ঘটনা। ছুইডেনৰ ৰাজধানী ষ্টকহ’মৰ এখন আদালতে তেওঁৰ বিৰুদ্ধে বৃহস্পতিবাৰে (৩০ জানুৱাৰী) ৰায়দান কৰাৰ কথা আছিল। অৱশ্যে তাৰ পূৰ্বেই তেঁওক গুলীয়াই হত্যা কৰা হয়।

ছুইডেনৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি কোৰআনক অপমান কৰা মমিকাক গুলীয়াই হত্যা কৰাৰ সময়ত টিকটকত লাইভ আছিল। ৰয়টাৰৰ এজন সাংবাদিকে কয় যে তেওঁ ভিডিঅ’টোত দেখিছিল যে আৰক্ষীয়ে আহি টিকটকৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰি দিছে। অৰ্থাৎ গুলীবিদ্ধ হোৱাৰ পিছতো মমিকা টিকটকত লাইভ আছিল।

Apply Now

স্থানীয় সংবাদ মাধ্যম এছভিটিয়ে প্ৰকাশ কৰা অনুসৰি ষ্টকহ’মৰ ওচৰৰ ছ’ডাৰটালজে চহৰৰ এটা ঘৰত ৩৮ বছৰীয়া মমিকাক গুলীয়াই হত্যা কৰা হৈছে। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ২০২৩ চনৰ পবিত্ৰ আজাহ ঈদত তেওঁ মছজিদৰ সন্মুখত কোৰআন জ্বলাইছিল। তাৰ পিছত ছুইডেন আৰু ডেনমাৰ্কত কিছুমান দুষ্কৃতিকাৰীয়ে অধিক কোৰআন জ্বলাই দিলে। এই সন্দৰ্ভত বিশ্বজুৰি ব্যাপক উত্তেজনা। বিশেষকৈ মুছলমান দেশসমূহে তেওঁলোকক আনুষ্ঠানিকভাৱে গৰিহণা দিয়ে। তদুপৰি কিছু ঠাইত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ পিছতো মমিকা আৰু তেওঁৰ কিছু সহযোগীয়ে কোৰআন জ্বলাই থাকিল। ইয়াৰ ফলত উত্তেজনা আৰু বৃদ্ধি পায়।

৩৮ বছৰীয়া ইৰাকীগৰাকীয়ে ২০২৩ চনত বিশ্বজুৰি কুখ্যাতি লাভ কৰিছিল। সেই বছৰ তেওঁ কোৰআনক একাধিকবাৰ অপমান কৰিছিল।

ছুইডেন চৰকাৰে ‘বাক স্বাধীনতা’ৰ অজুহাতত মমিকাৰ এই কাৰ্যক সমৰ্থন কৰিছিল। আনকি কোৰআন জ্বলোৱাৰ সময়তো আৰক্ষীয়ে তেওঁক নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। কিন্তু ইয়াক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে দেশৰ চৰকাৰক সকীয়াই দিয়া হ’ল যে যদিহে মমিকাৰ কাৰ্যকলাপ অব্যাহত থাকে তেন্তে ইছলামিকসকলে ছুইডেনত আক্ৰমণ চলাব পাৰে। প্ৰতিবাদ আৰু সমালোচনাৰ সন্মুখীন হৈ ছুইডেন চৰকাৰে মমিকাৰ আৱাস অনুমতি বাতিল কৰে। অৱশ্যে তেওঁলোকে তেওঁক নিজৰ দেশ ইৰাকলৈ ঘূৰাই পঠোৱাৰ কোনো ব্যৱস্থা নকৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd