• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যতিক্ৰম! ৩ বছৰ বয়সৰ পৰাই নিজ হাতে সাজি উলিওৱা দুৰ্গা প্ৰতিমা প্ৰতিষ্ঠাৰে পালন কৰি আহিছে পূজা

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
October 11, 2021 11:30 am
Durga Teok artist

ফটো: নৰ্থইষ্ট নাও।

3k
VIEWS
Share on FacebookShare on Twitter

Durga Puja with a difference আজি ষষ্ঠী। আজি বিয়লি প্ৰতিখন পূজা মণ্ডপত দেবী দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হ’ব। তাৰ সমান্তৰালকৈ যোৰহাট জিলাৰ টীয়কৰ মেলেং লহকৰ গাঁৱত যোৱা বিশটা বছৰে উদযাপন কৰি অহা দূর্গা পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

গাঁওখনৰ এজন উদীয়মান যুৱক কৃষ্ণ প্ৰসাদ দত্তই নিজৰ ঘৰৰ চোতালত উদযাপন কৰি আহিছে এই পূজা।

আশ্চৰ্যজনকভাৱে জীৱনৰ তিনিটা বসন্ত অতিক্ৰম কৰাৰ পৰাই কৃষ্ণ প্ৰসাদ দত্তই দুৰ্গাৰ মূৰ্তি সাজি নিজৰ ঘৰৰ চোতালত দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে।

এইবাৰো তাৰ ব্যতিক্ৰম নহয়। নিজ হাতেৰে, কোনো চাক আদি ব্যৱহাৰ নকৰাকৈ নিজৰ শিল্প প্ৰতিভাৰে নিৰ্মাণ কৰা দুৰ্গা দেৱীক আজি ষষ্ঠীৰ দিনা বিয়লি পূজাৰ বেদীত প্ৰতিষ্ঠা কৰিব।

Also Read: ১৮৩ সংখ্যক Durga Puja 2021 উদযাপনৰ বাবে সাজু হৈছে বকেল

সেইদৰে আধুনিক জাকজমকতাৰ পৰা আঁতৰি কেৱল আধ্যাত্মিকতাৰে নিজে পূজা পাৰ্ৱন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলি সকলোৰে মংগল কামনা কৰিছে কৃষ্ণ প্ৰসাদ দত্তই।

এই ক্ষেত্ৰত সমগ্ৰ গাঁৱবাসীয়ে তেওঁক সহযোগিতা আগবঢ়াইছে যদিও উক্ত প্ৰতিভা যাতে আৰু উন্নত কৰিব পাৰে বা এই ভাস্কৰ্য শিল্পৰে যাতে যুৱকজনে জীৱন জীবিকাৰ সন্ধান কৰিব পাৰে তাৰ বাবে সহায় কৰিবলৈ সকলোৰে সহযোগিতা বিচাৰিছে পৰিয়ালৰ সদস্যই। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd